শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
সংগীত পৰিচালক তথা সুৰকাৰ A. R. Rahman -ৰ সম্পত্তিৰ পৰিমাণ কিমান?

সংগীত পৰিচালক তথা সুৰকাৰ A. R. Rahman -ৰ সম্পত্তিৰ পৰিমাণ কিমান?

Barasha Misra
Barasha Misra | Published: 07 Jan 2026 21:38 PM

জিকিউ (GQ)ৰ এক প্ৰতিবেদন অনুসৰি, চেন্নাইত ৰহমানৰ এটা বিশাল বাংলো আছে। এই ঘৰটোত একাধিক শোৱা কোঠা, এটা বিশাল ডাইনিং স্থান আৰু মনোৰঞ্জনৰ বাবে এটা সুকীয়া জ’ন আছে। অৱশ্যে ঘৰটোৰ মূল আকৰ্ষণ হৈছে অত্যাধুনিক সংগীত ষ্টুডিঅ’। ঘৰৰ প্ৰতিটো চুক অতি আড়ম্বৰ আৰু ৰুচিৰে সজাই তোলা হৈছে।

৬ জানুৱাৰীত অস্কাৰ বিজয়ী সুৰকাৰ এ আৰ ৰহমানে ৫৯ বছৰ সম্পূৰ্ণ কৰিলে। শেহতীয়াকৈ ৰহমানৰ পত্নী ছাইৰাৰ সৈতে হোৱা বিচ্ছেদৰ বাতৰিয়ে শিৰোনাম দখল কৰি আছে। আপুনি জানেনে সুৰকাৰজনৰ সম্পত্তীৰ পৰিমাণ কিমান?

দশক দশক ধৰি তেওঁ নিজৰ সংগীতৰ যাদুৰে বিশ্বক মোহিত কৰি আহিছে। অস্কাৰ বিজয়ী সংগীত পৰিচালক তথা গায়ক এ আৰ ৰহমানৰ জনপ্ৰিয়তা কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে। কিন্তু কেৱল সংগীতৰ জগতখনতেই নহয়, বিত্তৰ ক্ষেত্ৰতো এক বিশাল সাম্ৰাজ্যৰ শাসক। বৰ্তমান তেওঁৰ মুঠ সম্পত্তি প্ৰায় ২১০০ কোটি। চেন্নাইৰ পৰা লছ এঞ্জেলছলৈকে – তেওঁৰ বিলাসী বাংলো, দামী গাড়ী সংগ্ৰহ আৰু অত্যাধুনিক সংগীত ষ্টুডিঅ’ৰ কথা শুনিলে যিকোনো ব্যক্তিয়ে আচৰিত হ’ব।