শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ এটা মাহ, চাওক দিনটোৰ শীৰ্ষ খবৰ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ এটা মাহ, চাওক দিনটোৰ শীৰ্ষ খবৰ

monjit-dutta
Monjit Dutta | Published: 19 Oct 2025 23:17 PM

অষ্ট্ৰেলিয়াৰ বিপক্ষে আজিৰ পৰা আৰম্ভ হোৱা এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত ভাৰতীয় দল ৭ উইকেটত পৰাস্ত হৈছে। বৰ্ষাবিঘ্নিত মেচখনত ভাৰতে শোচনীয় বেটিং প্ৰদৰ্শন কৰে।

প্ৰাণৰ শিল্পী জুবিন বিহীনভাৱে পাৰ এটা মাহহিয়াৰ আমঠু শিল্পীগৰাকীৰ মৃত্যুৰ এমাহ পূৰ হোৱাৰ ক্ষণত আজি সোণাপুৰৰ সমাধিস্থলীত অজস্ৰ লোক সমবেত হয় শিল্পীগৰাকীৰ সমাধিস্থলী আজি মুখৰিত হৈ পৰে গায়ন-বায়ন তথা হৰিনামৰ ধ্বনিৰে। ইফালে এই ক্ষণত শিল্পীগৰাকীৰ জীৱনসংগী গৰিমা শইকীয়া গাৰ্গে এক আবেগিক ফেচবুক পোষ্ট কৰে। এই পোষ্টটোত গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গক সুঁৱৰি লিখিছে, “তুমি আছা, সদায় থাকিবা। মাথোঁ কল্পনা নহয়, আত্মাৰ বান্ধোন জন্মান্তৰলৈ!”

ইফালে অষ্ট্ৰেলিয়াৰ বিপক্ষে আজিৰ পৰা আৰম্ভ হোৱা এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত ভাৰতীয় দল উইকেটত পৰাস্ত হৈছে বৰ্ষাবিঘ্নিত মেচখনত ভাৰতে শোচনীয় বেটিং প্ৰদৰ্শন কৰে