ঊৰ্ধগামী বজাৰ, চাওক আজি কোন কোম্পানীৰ শ্বেয়াৰ বাঢ়িল
আজি আপাৰ চার্কিট স্পৰ্শ কৰিছে একাধিক কোম্পানীয়ে । ইয়াৰ ভিতৰত আছে মাইণ্ডটেক ইণ্ডিয়া, বর্ধমান স্পেচিয়েল ষ্টীল, ছিগমা চল্ভ, এপটেক, মোদী ৰাবাৰ ।
আজি ২৩ এপ্রিল । ১১৫ পইন্ট বাঢ়িছে ভাৰতৰ বজাৰৰ অন্যতম বেঞ্চমাৰ্ক সূচক নিফটি ফিফটি । দেশৰ আন এক বেঞ্চমার্ক সূচক ছেনছেক্স বাঢ়িছে ৫২০ পইন্ট । কিন্তু এই উত্থানৰ মাজতে নিফটি বেংক নামিছে ৩৫৪ পইন্ট । বিএছই বেংকেক্স নামিছে ৫২০ পইন্ট ।
নিফটি নেক্সট ৫০ সূচক নামিল ৪৫১ পইন্ট । নিফটি মিডকেপ ১০০ সূচক বাঢ়িছে ৬৪৩ পইন্ট । নিফটি অটো সূচক বাঢ়িছে ৫২০ পইন্ট । নিফটি আইটি বাঢ়িছে ১,৪৭৩ পইন্ট ।
ভাৰতৰ দুই বেঞ্চমার্ক সূচকৰ বৃদ্ধিৰ সমান্তৰালকৈ বাঢ়িছে জাপানী সূচক নিক্কেই । ৬৪৮ পইন্ট বাঢ়িছে এই সূচক । ইফালে চীনা সূচক হেংছেঙো আজি ঊৰ্ধগামী হয় । ৫১০ পইন্ট বাঢ়িছে এই সূচক ।
শ্বেয়াৰ মাৰ্কেটৰ এই ধৰণ গৱেষণামূলক তথ্য ভাল লাগিলে অৱশ্যেই লাইক কৰক । আন কোনো শ্বেয়াৰৰ বিষয়ে জানিব খুজিলে কমেন্টযোগে জনাওক । পৰৱৰ্তী ভিডিঅ’ত আমি সেই বিষয়ে আলোচনা কৰিম ।
আজি কি কি বাঢ়িল:
আজি আপাৰ চার্কিট স্পৰ্শ কৰিছে একাধিক কোম্পানীয়ে । ইয়াৰ ভিতৰত আছে মাইণ্ডটেক ইণ্ডিয়া, বর্ধমান স্পেচিয়েল ষ্টীল, ছিগমা চল্ভ, এপটেক, মোদী ৰাবাৰ ।
আজি কি কি পৰিল:
বহু কেইটা কোম্পানীৰ শ্বেয়াৰ আজি নিম্নগামী হয় । ইয়াৰ ভিতৰত আছে জম্মু এণ্ড কাশ্মীৰ বেংক, উমা এক্সপোর্টছ, ৰবি কুমাৰ ডিষ্টিলাৰীছ, বাজাৰ ষ্টাইল ৰিটেল, জেল্পমক ডিজাইন টেকৰ শ্বেয়াৰ ।
২৩ এপ্রিলত বজাৰ বন্ধ হোৱা সময়লৈকে পোৱা তথ্য
কোনো শ্বেয়াৰত বিনিয়োগ কৰিব খুজিলে সেই শ্বেয়াৰৰ বিষয়ে সবিশেষ অধ্যয়ন আৰু বিশ্লেষণ কৰক । এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যে । TV9-অসমে কোনো বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।
বিঃদ্ৰঃ যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ি লওক । তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰক ।
EPFOৰ পৰা কিমান বাৰ ধন উলিয়াব পাৰি? সবিশেষ জানক...
বিজেপিৰ অসমৰ প্ৰভাৰী নিযুক্তিৰ পৰা আই পি এলৰ নিলামলৈ দিনটোৰ খবৰ
নীতিন নবীনক কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়াৰ পাছতে আৰম্ভ চৰ্চা…
ৰূপনগৰলৈ স্থানান্তৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ মুখ্য কাৰ্যালয়...
