শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
১৭ দিন অতিক্ৰম ১০৮ মৃত্যুঞ্জয় সেৱা কৰ্মচাৰীৰ প্ৰতিবাদ, স্বাস্থ্যমন্ত্ৰীৰ আশ্বাস

১৭ দিন অতিক্ৰম ১০৮ মৃত্যুঞ্জয় সেৱা কৰ্মচাৰীৰ প্ৰতিবাদ, স্বাস্থ্যমন্ত্ৰীৰ আশ্বাস

barasha-misra
Barasha Misra | Published: 17 Dec 2025 17:56 PM

তেওঁ কয়, ১৭ দিন ধৰি আমি প্ৰতিবাদ কৰিছোঁ। চৰকাৰৰ কোনো সহযোগিতা নাই। আমাৰ প্ৰতিবাদৰ ভাষা বুজি পোৱা নাই। আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে।

১৭ দিন অতিক্ৰম কৰিলে ১০৮ কৰ্মচাৰীৰ প্ৰতিবাদে। আজি স্বাস্থ্য মন্ত্ৰীৰ সৈতে বিশেষ আলোচনা হৈছে ১০৮ কৰ্মচাৰীৰ সভাপতি-সম্পাদকৰ। আলোচনাৰ ফলাফলৰ লগতে পৰৱৰ্তী কাৰ্যসূচী সম্পৰ্কে সংবাদমেল। সংবাদমেল সম্বোধন ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ সভাপতি প্ৰাঞ্জল শৰ্মাৰ।

তেওঁ কয়, ১৭ দিন ধৰি আমি প্ৰতিবাদ কৰিছোঁ। চৰকাৰৰ কোনো সহযোগিতা নাই। আমাৰ প্ৰতিবাদৰ ভাষা বুজি পোৱা নাই। আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে। আমি এম্বুলেন্স ৰখাই ৰোগীক হাৰাশাস্তি কৰা নাই। স্বাস্থ্য মন্ত্রীক আমি সাক্ষাৎ কৰিছোঁ আজি । স্বাস্থ্য মন্ত্ৰীয়ে আমাক আশ্বাস দিছে। কিন্তু আমি সন্তুষ্ট নহয়। আমি আমাৰ প্ৰাপ্য বিচাৰিছোঁ।’

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…