Shani Dev: শনি দেৱৰ পূজাত ভুলতো নকৰিব এইবোৰ বস্তুৰ ব্যৱহাৰ, পৰিব ডাঙৰ বিপদত!

কিন্তু শনি দেৱৰ পূজাৰ সময়ত কি নিয়ম মানি চলিব লাগে জানেনে? শনিদেৱক পূজা কৰাৰ নিয়ম পালন নকৰিলে বিৰূপ পৰিণতিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। শনি দেৱক মূলতঃ শনিবাৰে পূজা কৰা হয়। কিছুমান বস্তু শনি দেৱৰ পূজাত ভুল কৰিও ব্যৱহাৰ কৰা উচিত নহয়। বিশ্বাস মতে এনে কৰিলে তেওঁৰ খং উঠে।

Shani Dev: শনি দেৱৰ পূজাত ভুলতো নকৰিব এইবোৰ বস্তুৰ ব্যৱহাৰ, পৰিব ডাঙৰ বিপদত!
Published: 

29 Jan 2026 | 09:30 PM

শনিদেৱক কৰ্মৰ বিচাৰক বুলি কোৱা হয়। সকলো গ্ৰহৰ ভিতৰত শনিদেৱ একমাত্ৰ গ্ৰহ যিয়ে ব্যক্তিক তেওঁৰ কৰ্ম অনুসৰি ফলাফল প্ৰদান কৰে। ভাল কামেই হওক বা বেয়া কামেই হওক, বহুতে শনি দেৱক পূজা কৰে। শনিদেৱক ন্যায়ৰ দেৱতা বুলিও কোৱা হয়। তেওঁৰ দৃষ্টিৰ পৰা হাত সাৰিবলৈ সকলোৱে তেওঁক প্ৰণাম কৰে।

কিন্তু শনি দেৱৰ পূজাৰ সময়ত কি নিয়ম মানি চলিব লাগে জানেনে? শনিদেৱক পূজা কৰাৰ নিয়ম পালন নকৰিলে বিৰূপ পৰিণতিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। শনি দেৱক মূলতঃ শনিবাৰে পূজা কৰা হয়। কিছুমান বস্তু শনি দেৱৰ পূজাত ভুল কৰিও ব্যৱহাৰ কৰা উচিত নহয়। বিশ্বাস মতে এনে কৰিলে তেওঁৰ খং উঠে।

অন্তৰ্ভুক্ত নকৰিব

  • শনিদেৱৰ পূজাত ভুলতেও তামৰ বাচন ব্যৱহাৰ কৰা উচিত নহয় কাৰণ তাম সূৰ্যৰ ধাতু আৰু শাস্ত্ৰ মতে শনি আৰু সূৰ্য ইজনে সিজনৰ শত্ৰু। এনে কৰিলে ব্যক্তিজনে শনিৰ ক্ৰোধৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। শনি দেৱৰ পূজাত সদায় লোহা বা তীখাৰ বাচন ব্যৱহাৰ কৰিব লাগে।
  • ভুলতেও শনি দেৱক ৰঙা ৰঙৰ ফুল, ৰঙা ৰঙৰ কাপোৰ ইত্যাদি আগবঢ়াব নালাগে, কাৰণ এই ৰং মংগল গ্ৰহৰ। শনি আৰু মংগল গ্ৰহ ইটোৱে সিটোৰ বিপৰীত। শনি দেৱক নাৰ্জী ফুল আগবঢ়াব নালাগে। এনে কৰিলেও তেওঁৰ খং উঠে।
  • ইয়াৰ বাহিৰেও শনি দেৱৰ পূজাত হালধীয়া চন্দন ব্যৱহাৰ কৰিব নালাগে। শনি মহাৰাজক সদায় ৰঙা চন্দন আগবঢ়াওক। এনে কৰিলে শনিৰ অশুভ প্ৰভাৱ কমি যায়।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...