পাঁচটাকৈ ৰাজযোগত দীপাৱলী, এই ৪ ৰাশিৰ বাবে অত্যন্ত শুভ! সবিশেষ…

Rajyog on Diwali: ২০২৫ চনত দীপাৱলীৰ দিনা শুক্ৰদিত্য ৰাজযোগ, হংস মহাপুৰুষ ৰাজ্যযোগ, নীচভংগ ৰাজযোগ, নৱপঞ্চম ৰাজযোগ আৰু কলাত্মক ৰাজযোগ গঠন হৈছে। জ্যোতিষ শাস্ত্ৰত এই ৰাজযোগসমূহ অত্যন্ত শুভ বুলি গণ্য কৰা হয়। এই ৰাজযোগৰ বাবেই চাৰি ৰাশিৰ লোকৰ বাবে দীপাৱলী অত্যন্ত শুভ বুলি প্ৰমাণিত হ’ব পাৰে।

পাঁচটাকৈ ৰাজযোগত দীপাৱলী, এই ৪ ৰাশিৰ বাবে অত্যন্ত শুভ! সবিশেষ...

দেৱালীৰ ভাগ্যৱান ৰাশি

Published: 

19 Oct 2025 | 08:15 PM

দীপাৱলীৰ দিনা মানুহে  ধন-সম্পত্তি লাভৰ বাবে ঘৰ-বাৰী আৰু কৰ্মস্থলী সজাই লক্ষ্মী দেৱীক পূজা কৰে। জ্যোতিষ শাস্ত্ৰৰ মতে চলিত বৰ্ষৰ দীপাৱলীৰ দিনা গ্ৰহবোৰ ইমানেই শুভ অৱস্থাত আছে যে কেৱল এটা বা দুটা নহয়, পাঁচটাকৈ ৰাজযোগ সৃষ্টি কৰিছে।২০২৫ চনত দীপাৱলীৰ দিনা শুক্ৰদিত্য ৰাজযোগ, হংস মহাপুৰুষ ৰাজ্যযোগ, নীচভংগ ৰাজযোগ, নৱপঞ্চম ৰাজযোগ আৰু কলাত্মক ৰাজযোগ গঠন হৈছে। জ্যোতিষ শাস্ত্ৰত এই ৰাজযোগসমূহ অত্যন্ত শুভ বুলি গণ্য কৰা হয়। এই ৰাজযোগৰ বাবেই চাৰি ৰাশিৰ লোকৰ বাবে দীপাৱলী অত্যন্ত শুভ বুলি প্ৰমাণিত হ’ব পাৰে।

কৰ্কট ৰাশি

এই দীপাৱলীত কৰ্কট ৰাশিয়ে সোণালী কেৰিয়াৰৰ সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। ব’নাছ, চাকৰিৰ পদোন্নতি, আৰু ব্যৱসায়িক লাভে আপোনাৰ দীপাৱলীক আনন্দময় কৰি তুলিব। বহু উৎসৰ পৰা ধন পোৱাৰ সম্ভাৱনা আছে।

মিথুন ৰাশি

মিথুন ৰাশিৰ লোকসকলৰ মগজু চোকা, কৌতুহলী আৰু কঠোৰ পৰিশ্ৰমী। এই দীপাৱলীৰ পিছত আপুনি কিছু সোণালী সুযোগ লাভ কৰাৰ আশা আছে। যিয়ে আপোনাক ধন উপাৰ্জনত সহায় কৰিব। এটা কঠিন কাম সম্পন্ন হ’ব পাৰে।

সিংহ ৰাশি

সিংহ ৰাশিৰ লোকসকল অতি আত্মবিশ্বাসী আৰু নেতৃত্বৰ দক্ষতা আছে। দীপাৱলীৰ দিনা গঠিত ৰাজযোগে ধন-সম্পত্তি আৰু নতুন সুযোগ কঢ়িয়াই আনিব। লক্ষ্মী দেৱীৰ আশীৰ্বাদত আপুনি ধন আৰু ব্যয়বহুল উপহাৰ লাভ কৰিব। সমৃদ্ধি বাঢ়িব।

মীন ৰাশি

এই দীপাৱলীত মীন ৰাশিৰ লোকে বিনিয়োগৰ দ্বাৰা উপকৃত হ’ব পাৰে। আৰ্থিক স্থিতিশীলতা লাভৰ বাবে সংগ্ৰাম কৰি থকাসকলে  সফলতা লাভ কৰি পাৰেব। টকাৰ অভাৱ নহব। কৰ্মক্ষেত্ৰত ব’নাছ আৰু দৰমহা বৃদ্ধি পাব পাৰে। ব্যৱসায়ীসকলেও ভাল উপাৰ্জন লাভ কৰিব।

লগতে পঢ়ক: সকলোলৈ এইদৰে প্ৰেৰণ কৰক দীপাৱলীৰ শুভকামনা…

(অস্বীকাৰ – এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ ওপৰত নিৰ্ভৰ কৰি লিখা হৈছে। TV9 অসমে ইয়াক সমৰ্থন নকৰে।)

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...