দৃষ্টিনন্দন! বনাঞ্চল নহয়, এইবাৰ ৰাজপথত বিশ্ৰাম ল'লে বন্যহস্তীৰ জাকে | Wild elephants rest on the streets Assam news - Assam Tv9

দৃষ্টিনন্দন! বনাঞ্চল নহয়, এইবাৰ ৰাজপথত বিশ্ৰাম ল’লে বন্যহস্তীৰ জাকে

Published: 

27 Jun 2024 | 06:13 PM

বন্যহস্তীৰ বিশ্ৰাম লোৱাৰ দৃশ্য উপভোগ কৰে বহু পথচাৰীয়ে। হাতীৰ জাকটোৰ জনাঞ্চলত প্ৰৱেশৰ অন্যতম কাৰণ হিচাপে তীব্ৰ খাদ্য সংকট বুলিও অনুমান কৰিছে স্থানীয় লোকসকলে ৷

1 / 5ৰাজপথত বন্যহস্তীৰ বিশ্ৰাম। বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰিছে জাকটোৱে।

ৰাজপথত বন্যহস্তীৰ বিশ্ৰাম। বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰিছে জাকটোৱে।

2 / 5

এইবাৰ ৰাজপথতে বিশ্ৰাম ল'লে বন্যহস্তীৰ জাকে।

3 / 5

মৰিয়নিৰ গিবন অভয়াৰণ্যৰ সমীপৰ ধোদৰ আলিত দেখা গ'ল বন্যহস্তীয়ে বিশ্ৰাম লোৱাৰ নান্দনিক দৃশ্য।

4 / 5

হাতীৰ জাকটোৰ জনাঞ্চলত প্ৰৱেশৰ অন্যতম কাৰণ হিচাপে তীব্ৰ খাদ্য সংকট বুলিও অনুমান কৰিছে স্থানীয় লোকসকলে ৷

5 / 5

প্ৰায় এঘণ্টা ধৰি ৰাজপথ অৱৰোধ কৰি ৰাখে বন্যহস্তীৰ জাকটোৱে।বন্যহস্তীৰ বিশ্ৰাম লোৱাৰ দৃশ্য উপভোগ কৰে বহু পথচাৰীয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...