ন্যায়িক জিম্মালৈ চুমি-তাৰ্কিক বৰা, মুকলি আকাশৰ তললৈ আহিব অম্লান বৰা! | trading scam assam sumi tarkik borah sent to judicial custody amlan borah got bail Assam news - Assam Tv9

ন্যায়িক জিম্মালৈ চুমি-তাৰ্কিক বৰা, মুকলি আকাশৰ তললৈ আহিব অম্লান বৰা!

Updated On: 

09 Nov 2024 10:04 AM

ন্যায়িক জিম্মালৈ প্ৰেৰণ চুমি বৰা, তার্কিকক। জিম্মাত নিবিচাৰিলে CBIৰ তদন্তকাৰী দলে। ইতিমধ্যে জামিন লাভ কৰিছে তার্কিক বৰাৰ ভাতৃ অম্লান বৰাই।

1 / 5ন্যায়িক জিম্মালৈ প্ৰেৰণ চুমি বৰা, তাৰ্কিকক । চিবিআইএ জিম্মাত নল'লে দুয়োকে।

ন্যায়িক জিম্মালৈ প্ৰেৰণ চুমি বৰা, তাৰ্কিকক । চিবিআইএ জিম্মাত নল'লে দুয়োকে।

2 / 5

চি বি আইৰ বিশেষ ন্যায়াধীশৰ আদালতৰ পৰা পোনে পোনে কেন্দ্ৰীয় কাৰাগাৰালৈ নিব চুমি, তাৰ্কিক আৰু অম্লানক।

3 / 5

কাৰাগাৰৰ পৰা মুকলি হ'ব অম্লান বৰা। ইতিমধ্যে জামিন লাভ কৰিছে তার্কিক বৰাৰ ভাতৃ অম্লান বৰাই।

4 / 5

CBIৰ বিশেষ ন্যায়াধীশৰ আদালতত জমা দিলে বেইল বণ্ড। গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে অম্লান বৰাৰ।

5 / 5

চুমি–বিশাল কাণ্ডত সাঙোৰ খাইছিল অম্লানৰ নাম। ট্ৰেডিং কেলেংকাৰিৰ অন্যতম অভিযুক্ত ৰঞ্জিত কাকতিৰ পাছত তাৰ্কিক বৰাৰ ভাতৃ অম্লান বৰাৰো জামিন মঞ্জুৰ। চুমি বৰা, বিশাল ফুকন আৰু তাৰ্কিক বৰাৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অম্লান বৰাকো।

নতুন বছৰতে লওক এইসমূহ অভ্যাস ত্যাগৰ পণ, অন্যথা ভুগিব লাগিব উচ্চ ৰক্তচাপৰ সমস্যাত
তেজৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক সংকেত, এই ৫ টা লক্ষণে দেখা দিলে সাৱধান হওক
ভাৰতৰ কোনখন ৰাজ্যত সবাতোকৈ বেছি কণ্ডম বিক্ৰী হয়? জানক...
উপহাসৰ সামগ্ৰী নহয় মূলা, এনে গুণাৱলীৰে শীতকালৰ ছুপাৰফুড এইবিধ পাচলি
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...
বেদখলকাৰীক সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...