২০২৫ বৰ্ষৰ সাহিত্য অকাডেমীৰ যুৱ আৰু শিশু সাহিত্য বঁটা ঘোষণা | Sahitya Akademi yuba and bal sahitya Award announced for 2025 Assam news - Assam Tv9

২০২৫ বৰ্ষৰ সাহিত্য অকাডেমীৰ যুৱ আৰু শিশু সাহিত্য বঁটা ঘোষণা

Updated On: 

18 Jun 2025 | 07:01 PM

২০২৫ বৰ্ষৰ সাহিত্য অকাডেমী যুৱ বঁটা আৰু শিশু সাহিত্য অকাডেমী ঘোষণা। সুৰেন্দ্ৰ মোহন দাসলৈ শিশু সাহিত্য অকাডেমী বঁটা। গল্পকাৰ সুপ্ৰকাশ ভূঞালৈ সাহিত্য অকাডেমী যুৱ বঁটাৰ সন্মান।

1 / 5২০২৫ বৰ্ষৰ সাহিত্য অকাডেমী যুৱ বঁটা আৰু শিশু সাহিত্য অকাডেমী ঘোষণা। চলিত বৰ্ষত সাহিত্য একাডেমীৰ যুৱ পুৰস্কাৰ মুঠ ২৩ ভাষাত ২৩ গৰাকী যুৱ লেখকলৈ আগবঢ়োৱা হৈছে।

২০২৫ বৰ্ষৰ সাহিত্য অকাডেমী যুৱ বঁটা আৰু শিশু সাহিত্য অকাডেমী ঘোষণা। চলিত বৰ্ষত সাহিত্য একাডেমীৰ যুৱ পুৰস্কাৰ মুঠ ২৩ ভাষাত ২৩ গৰাকী যুৱ লেখকলৈ আগবঢ়োৱা হৈছে।

2 / 5

অসমীয়া ভাষাত গল্পকাৰ সুপ্ৰকাশ ভূঞালৈ সাহিত্য অকাডেমী যুৱ বঁটাৰ সন্মান। তেওঁ দিখৌমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক হিচাপে কৰ্মৰত।

3 / 5

‘কুঁচিয়ানামা’ গ্ৰন্থৰ বাবে এই সাহিত্যিকগৰাকী এই বঁটা আগবঢ়োৱা হৈছে। সুপ্ৰকাশ ভূঞা শিৱসাগৰৰ বাসিন্দা।

4 / 5

ইফালে ২০২৫ বৰ্ষৰ অসমীয়া ভাষাত শিশু সাহিত্য বঁটা লাভ কৰিছে সুৰেন্দ্ৰ মোহন দাসে। তেওঁৰ গ্ৰন্থ 'মইনাহঁতৰ পদ্য'ৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে।

5 / 5

তাৰোপৰি বড়ো ভাষাৰ ‘খান্থি বাউছন আৰ আখো ডানাই’ গ্ৰন্থৰ বাবে বিনয় কুমাৰ ব্ৰহ্মলৈ আগবঢ়োৱা হৈছে শিশু সাহিত্য বঁটা। বড়ো ভাষাৰ অমৰ খুংগুৰ বড়ো (গ্ৰন্থ-আং অসুৰ)লৈ যুৱ বঁটা আগবঢ়োৱা হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...