অসমৰ এইখন জিলাত গাহৰিৰ মাংসত নিষেধাজ্ঞা! জানক কাৰণ... | Pork is banned in Sivsagar district for African Swine Fever assam Assam news - Assam Tv9

অসমৰ এইখন জিলাত গাহৰিৰ মাংসত নিষেধাজ্ঞা! জানক কাৰণ…

barasha-sarma
Published: 

21 Nov 2024 15:21 PM

গাহৰি খাই ভাল পোৱা একাংশৰ বাবে বেয়া খবৰ! কিয়নো অসমৰ এখন জিলাত গাহৰিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। যাৰ বাবে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত গাহৰি কাটিব বা বিক্ৰী কৰিব নোৱাৰে।

1 / 5গাহৰি খাই ভাল পোৱা একাংশৰ বাবে বেয়া খবৰ। কিয়নো অসমৰ এখন জিলাত নিষেধাজ্ঞা আৰোপ কৰা হল গাহৰিত। গতিকে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত গাহৰি মাংস পৰিবহন, কটা আৰু বিক্ৰী কৰিব নোৱাৰিব।

গাহৰি খাই ভাল পোৱা একাংশৰ বাবে বেয়া খবৰ। কিয়নো অসমৰ এখন জিলাত নিষেধাজ্ঞা আৰোপ কৰা হল গাহৰিত। গতিকে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত গাহৰি মাংস পৰিবহন, কটা আৰু বিক্ৰী কৰিব নোৱাৰিব।

Twitter
2 / 5শিৱসাগৰ জিলাত জাৰি কৰা হৈছে এই নিষেধাজ্ঞা। ইতিমধ্যে এই ক্ষেত্ৰত জিলাখনৰ দণ্ডাধীশে নিৰ্দেশনা জাৰি কৰিছে। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত শিৱসাগৰ জিলাত কোনোৱে গাহৰি পৰিবহন, কটা আৰু বিক্ৰী কৰিব নোৱাৰিব।

শিৱসাগৰ জিলাত জাৰি কৰা হৈছে এই নিষেধাজ্ঞা। ইতিমধ্যে এই ক্ষেত্ৰত জিলাখনৰ দণ্ডাধীশে নিৰ্দেশনা জাৰি কৰিছে। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত শিৱসাগৰ জিলাত কোনোৱে গাহৰি পৰিবহন, কটা আৰু বিক্ৰী কৰিব নোৱাৰিব।

Twitter
3 / 5উল্লেখ্য যে, শিৱসাগৰ জিলাৰ আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে। শিৱসাগৰৰ ডিমৌ ৰাজহ চক্ৰ এলেকাত আফ্ৰিকান চোৱাইন ফিভাৰৰ প্ৰভাৱ দেখা গৈছে। ইয়াৰোপৰি ডিমৌ ইকৰাণী, বকতা, বৰ দেওধাই, জাপিহজিয়াত আদিতো এই ৰোগ দেখা গৈছে।

উল্লেখ্য যে, শিৱসাগৰ জিলাৰ আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে। শিৱসাগৰৰ ডিমৌ ৰাজহ চক্ৰ এলেকাত আফ্ৰিকান চোৱাইন ফিভাৰৰ প্ৰভাৱ দেখা গৈছে। ইয়াৰোপৰি ডিমৌ ইকৰাণী, বকতা, বৰ দেওধাই, জাপিহজিয়াত আদিতো এই ৰোগ দেখা গৈছে।

4 / 5

আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰতি লক্ষ্য ৰাখিয়েই জিলাখনত গাহৰিৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই নিৰ্দেশনা জিলাখনত বাহাল থাকিব। ৰোগৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে গাহৰি খোৱাত সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে বিভাগীয় কৰ্তৃপক্ষই।

5 / 5

উল্লেখ্য যে, আফ্ৰিকান ছোৱাইন ফিভাৰ (ASF) হৈছে ঘৰচীয়া আৰু বনৰীয়া গাহৰিৰ ভয়াৱহ ভাইৰাছজনিত ৰোগ। সাধাৰণতে ই মাৰাত্মক, আৰু ইয়াৰ কোনো নিৰাময় বা ভেকচিন উপলব্ধ নহয়। গতিকে এই সময়চোৱাত এই ভাইৰাছত আক্ৰান্ত হোৱা জন্তু খালে মানুহৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে।

মহিলাৰ HIV সংক্ৰমণৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি ? জানক
দাঁত-হাড়ৰ লগতে হৃদযন্ত্ৰৰ স্বাস্থ্যও থাকিব অটুট, কেলচিয়াম সমৃদ্ধ এইকেইবিধ ফলে দিব আচৰিত লাভ
শৰীৰত ভেঁকুৰৰ সংক্ৰমণৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? চিকিৎসকৰ পৰা জানক...
Piles: পাইলছৰ সমস্যাত ভুগি আছে নেকি? কেনেকৈ পাব উপশম জানক