বতৰৰ বতৰা! ২৪ ঘন্টাৰ ভিতৰত ৰাজ্যত পুনৰ আহিব পাৰে ধাৰাসাৰ বৰষুণ Assam news - Assam Tv9

বতৰৰ বতৰা! ২৪ ঘন্টাৰ ভিতৰত ৰাজ্যত পুনৰ আহিব পাৰে ধাৰাসাৰ বৰষুণ

Published: 

20 Jun 2024 | 05:40 PM

সাগৰ পৃষ্ঠৰ পৰা ১.৫ কিলোমিটাৰত উৎপত্তি হোৱা ধুমুহাৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত বৰষুণৰ প্ৰভাৱ পৰিছে। অসম, মেঘালয়ৰ, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু ঠাইত বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

1 / 5ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰত প্ৰায় এক সপ্তাহ ধৰি আহি আছে নেৰানেপেৰা বৰষুণ।

ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰত প্ৰায় এক সপ্তাহ ধৰি আহি আছে নেৰানেপেৰা বৰষুণ।

2 / 5

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ কিছু কিছু বানৰ কৱলত আৰু গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থান কৃত্ৰিম বানত বুৰ গৈছে।

3 / 5

এই সময়ছোৱাত বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্বাণী । আগন্তুক ২৩ জুনলৈ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আহিব বৰষুণ।

4 / 5

সাগৰ পৃষ্ঠৰ পৰা ১.৫ কিলোমিটাৰত উৎপত্তি হোৱা ধুমুহাৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত বৰষুণৰ প্ৰভাৱ । ২৪ ঘণ্টাৰ ভিতৰত অসম, মেঘালয়ৰ, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু ঠাইত বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

5 / 5

অহা ২৩ জুনলৈ অসম মেঘালয়ৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ কিছু কিছু ঠাইত বিজুলী ধেৰেকণি আৰু ধাৰাসাৰ বৰষুণ হোৱাৰ যথেষ্ট সম্ভৱনা আছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...