কাইলৈ নলবাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল সভা, আজি গুৱাহাটীত উপস্থিত মোদী Assam news - Assam Tv9

কাইলৈ নলবাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল সভা, আজি গুৱাহাটীত উপস্থিত মোদী

Updated On: 

16 Apr 2024 | 11:22 PM

মোদীময় গুৱাহাটীৰ ৰাজপথ, মোদীৰ আগমনৰ বাবে সুৰক্ষাৰ দিশলৈ লক্ষ্য কৰি অধিত তৎপৰ হৈছে গুৱাহাটী আৰক্ষী।কাইলৈ নলবাৰীত এক বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ।

1 / 5অসমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

অসমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

2 / 5

মোদীৰ আগমনৰ বাবে সুৰক্ষাৰ দিশলৈ লক্ষ্য কৰি অধিত তৎপৰ হৈছে গুৱাহাটী আৰক্ষী।কাইলৈ নলবাৰীত এক বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ।

3 / 5

বৰঝাৰ বিমান বন্দৰত অৱতৰণ প্ৰধানমন্ত্ৰীৰ বিশেষ বিমান।

4 / 5

হাজাৰ হাজাৰ জনতাই ওচৰৰ পৰা চালে মোদীক।

5 / 5

চৌদিশে জনতাই কৈছে আকৌ এবাৰ মোদী চৰকাৰ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...