আজি দেশজুৰি উদযাপন হৈছে মহালয়া... | Mahalaya 2024: Durga Puja Begins as Devotees Welcome Goddess Durga to Earth Assam news - Assam Tv9

আজি দেশজুৰি উদযাপন হৈছে মহালয়া…

Updated On: 

02 Oct 2024 | 10:53 AM

Mahalaya 2024: আজিৰ দিনটোত সকলোৱে দেৱী মাক পূজা, আৰাধনা কৰে । এই উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত মহালয়া উদযাপনৰ বাবে পুৱাতি নিশাৰে পৰা ৰাজ্যবাসীৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে ।

1 / 5আজি মহালয়া,ধৰালৈ নামিল দেৱী দুৰ্গা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি দেশজুৰি উদযাপন হৈছে মহালয়া।

আজি মহালয়া,ধৰালৈ নামিল দেৱী দুৰ্গা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি দেশজুৰি উদযাপন হৈছে মহালয়া।

2 / 5

আজিৰ পৰা দেৱী পক্ষৰ সূচনা হৈছে । আজি পুৱাই চণ্ডীপাঠৰ জৰিয়তে দেৱী দুৰ্গাক ধৰালৈ আমন্ত্ৰণ জনাইছে ভক্তসকলে । কোৱা হয় যে, দেৱী দুৰ্গাৰ সৃষ্টি আৰু মহিমাৰ কথা ‘চণ্ডী’ত বৰ্ণনা কৰা আছে ।

3 / 5

আজিৰ দিনটোত সকলোৱে দেৱী মাক পূজা, আৰাধনা কৰে । এই উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত মহালয়া উদযাপনৰ বাবে পুৱাতি নিশাৰে পৰা ৰাজ্যবাসীৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা যায় ।

4 / 5

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মহালয়াৰ উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । অশুভ শক্তিক বিনাশৰ বাবে ধৰালৈ আগমন হোৱা দেৱী দুৰ্গাক আৰাধনা কৰাৰ বাবে পুৱাতি নিশাৰে পৰা ভক্তসকলে ব্যাপক আয়োজন কৰা দেখা গৈছে ।

5 / 5

কোৱা হয় যে, মহালয়া দিনটোৰ পৰা খনিকৰে দেৱী প্ৰতিমাৰ চকু অংকন কৰে। জ্যোতিষীয়ে জনোৱা অনুসৰি, এইবাৰ মা দুৰ্গা দেৱীৰ আগমন হৈছে দোলাত আৰু গমন হৈছে ঘোঁৰাত।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...