Weather: আগন্তুক ৩ দিন ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰৰ Yellow Alert জাৰি! | assam weather forecast expected rain till 7 september Assam news - Assam Tv9

Weather: আগন্তুক ৩ দিন ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰৰ Yellow Alert জাৰি!

Published: 

05 Sep 2024 | 06:53 PM

ৰাজ্যত পুনৰ হ'ব পাৰে ধাৰাসাৰ বৰষুণ। ইতিমধ্যে এই ক্ষেত্ৰত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে গুৱাহাটীতো হ'ব পাৰে ধাৰাসাৰ বৰষুণ। আজিৰ পৰা ৭ ছেপ্টেম্বৰলৈ বৰষুণ হোৱাৰ সম্ভাৱনা।

1 / 5 ৰাজ্যত হ’ব পাৰে ধাৰাসাৰ বৰষুণ। অসমৰ কেইবাখনো জিলাত আগন্তুক ৩ দিনলৈ Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। (Mariya Borisova/Moment/Getty Images)

ৰাজ্যত হ’ব পাৰে ধাৰাসাৰ বৰষুণ। অসমৰ কেইবাখনো জিলাত আগন্তুক ৩ দিনলৈ Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। (Mariya Borisova/Moment/Getty Images)

2 / 5

ধুবুৰী, কোকৰঝাৰ, চিৰাং, কামৰূপ, কামৰূপ(মহানগৰ), ডিমা হাচাও, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ জিলাত ৫ ছেপ্টেম্বৰত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞানে। (sarayut Thaneerat/Moment/Getty Images)

3 / 5

ধুবুৰী, কোকৰাঝাৰ, চিৰাং, কামৰূপ, কামৰূপ(মেট্ৰ’), ডিমা হাচাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় ৬ ছেপ্টেম্বৰত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। (Photography by Keith Getter (all rights reserved)/Moment/Getty Images)

4 / 5

চিৰাং, ডিমা হাচাও, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, গোলাঘাট, যোৰহাট ৭ ছেপ্টেম্বৰত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞানে।(Wong Yu Liang/Moment/Getty Images)

5 / 5

বতৰ বিজ্ঞান বিভাগে Yellow Alert জাৰি কৰা এই জিলাসমূহত হ’ব পাৰে ধাৰাসাৰ বৰষুণ। ইতিমধ্যে আজিৰ দিনটো কেইবাখনো জিলাত অব্যাহত আছে বৰষুণ। অসমৰ লগতে উত্তৰ-পূবৰ কেইবাখনো জিলালৈ এলাৰ্ট জাৰি কৰিছে বিভাগে। (iiievgeniy/E+/Getty Images)

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...