Lok Sabha Election 2024: কাইলৈ ৰাজ্যত তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন, EVMত বন্দী হ'ব ৪৭গৰাকী প্ৰাৰ্থীৰ ভাগ্য Assam news - Assam Tv9

Lok Sabha Election 2024: কাইলৈ ৰাজ্যত তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন, EVMত বন্দী হ’ব ৪৭গৰাকী প্ৰাৰ্থীৰ ভাগ্য

Published: 

06 May 2024 | 05:44 PM

অসমৰ ৪ টা সমষ্টি- কোকৰাৰ, ধুবুৰী, বৰপেটা আৰু গুৱাহাটীত নিৰ্বাচন অনুষ্ঠিত হ’ব। এই তৃতীয় পৰ্যায়ৰ পাছতে অসমৰ আটাইকেইখন আসনৰ নিৰ্বাচন অন্ত পৰিব। ইতিমধ্যে ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে প'লিং প্ৰিজাইডিং বিষয়াসকল।

1 / 5১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন শেষ হৈছে।

১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন শেষ হৈছে।

2 / 5

কাইলৈ অৰ্থাৎ ৭মে’ত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন।

3 / 5

এই নিৰ্বাচনৰ বাবে সাজু শাসক বিৰোধী। কাইলৈ EVMত বন্দী হ'ব ৪৭গৰাকী প্ৰাৰ্থীৰ ভাগ্য। 

4 / 5

আজি দেশত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন

5 / 5

এই তৃতীয় পৰ্যায়ৰ পাছতে অসমৰ আটাইকেইখন আসনৰ নিৰ্বাচন অন্ত পৰিব। ইতিমধ্যে ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে প'লিং প্ৰিজাইডিং বিষয়াসকল। পুৱা ৭বজাত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...