ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদ-বদল! কোনে, ক’ত পালে নিযুক্তি? চাওক তালিকা…

ৰাজ্যৰ প্ৰশাসনত ৰদ বদল। কেইবাখনো জিলা আয়ুক্তক সাল-সলনি কৰা হৈছ। কামৰূপ (মেট্ৰো)কে ধৰি কাৰ্বি আংলং, কোকৰাঝাৰ, ধুবুৰী আদিৰ জিলা আয়ুক্ত সাল-সলনি কৰা হৈছে।

ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদ-বদল! কোনে, কত পালে নিযুক্তি? চাওক তালিকা...

জনতা ভৱন

Updated On: 

25 Dec 2025 14:41 PM

ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদ-বদল। কেইবাখনো জিলা আযুক্তৰ সাল-সলনি। নিৰ্বাচনৰ পূৰ্বে কেইবাগৰাকী বিষয়াক বদলি কৰাৰ বিপৰীতে নতুন ঠাইত নিযুক্তি প্ৰদান কৰা হৈছে। গতিকে কোন ঠাইলৈ কোনগৰাকী বিষয়া বদলি হৈছে, কি কি পৰিৱৰ্তন ঘটিল সকলো তলত উল্লেখ কৰা  হ’ল-

  • সুমিত সত্তৱন, আই এ এছ (আৰ আৰ ২০১৫), জিলা উপায়ুক্ত, কামৰূপ (এম)ৰ পৰা বদলি কৰি জিলা উপায়ুক্ত তিনিচুকীয়াত নিযুক্তি দিয়া হয়।
  • আয়ুষ গাৰ্গ, আই এ এছ (আৰ আৰ ২০১৬), শিৱসাগৰ জিলা আয়ুক্তক বদলি কৰি কাছাৰৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি দিয়া হয়।
  • মৃদুল যাদৱ, আই এ এছ ( আৰ আৰ ২০১৭) কাছাৰৰ জিলা আয়ুক্তক বদলি কৰি শিৱসাগৰৰ জিলা আয়ুক্তি হিচাপে নিযুক্তি দিয়া হয়।
  • দিবাকৰ নাথ, আই এ এছ (আৰ আৰ ২০১৭) ক ধুবুৰীৰ জিলা আয়ুক্তৰ পৰা বদলি কৰি বঙাইগাঁৱৰ জিলা আয়ুক্তি হিচাপে নিযুক্তি দিয়া হয়।
  • স্বপনীল পল আই এ এছ (আ আৰ ২০১৮) তিনিচুকীয়া জিলা আয়ুক্তৰ পৰা বদলি কৰি কামৰূপ(ম)ৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি দিয়া হয়।
  • মচন্দা মগদালিন পাৰ্টিন আই এ এছ (আ আৰ ২০১৮) কোকৰাঝাৰৰ জিলা আয়ুক্তৰ পৰা বদলি কৰি অসম চৰকাৰৰ বিত্ত বিভাগত জইন্ট চেক্ৰেটাৰী হিচাপে নিযুক্তি।
  • চিমি কৰণ আই এ এছ (আৰ আৰু ২০২০)অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগক জইন্ট চেক্ৰেটাৰীৰ পৰা বদলি কৰি তামুলপুৰৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি।
  • আৰনায়ক শইকীয়া আই এ এছ (আৰ আৰ ২০২০) ষ্টাফ অফ চিফ চেক্ৰেটাৰী,অসমৰ পৰা বদলি কৰি কাৰ্বি আংলঙৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি।
  • পূবালী গোঁহাই এ চি এছ ( ডি আৰ ১৯৯৩) Secretary to the Govt. of Assam, Home & Political Department & Inspector General of Prisons, Assam (addl.)ৰ পৰা বদলি কৰি দৰঙৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি।
  • নিৰলা ফাংচপি এ চি এছ (ডি আৰ ১৯৯৫)কাৰ্বি আংলঙৰ জিলা আয়ুক্তৰ পৰা বদলি কৰি অসম চৰকাৰৰ হিল এৰিয়া বিভাগৰ এডিচনেল চেক্ৰেটাৰী হিচাপে নিযুক্তি।
  • পুলক মহন্ত এ চি এছ (ডি আৰ ১৯৯৭) গোলাঘাট জিলা আয়ুক্তৰ পৰা বদলি কৰি ইন্সপেক্টৰ জেনেৰেল অফ প্ৰিজন হিচাপে নিযুক্তি।
  • নৱদ্বীপ পাঠক এ চি এছ (ডি আৰ ১৯৯৭) বঙাইগাঁৱৰ জিলা আয়ুক্তৰ পৰা বদলি কৰি ধুবুৰীৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি।
  • পৰাগ কুমাৰ কাকতি, এ চি এছ (ডি আৰ ১৯৯৯) দৰং জিলা আয়ুক্তৰ পৰা বদলি কৰি গোলাঘাটৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি।
  • পকংজ চক্ৰৱৰ্তী এ চি এছ(ডি আৰু ২০০২) তামুলপুৰ জিলা আয়ুক্তৰ পৰা বদলি কৰিব কোকৰাঝাৰৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি।

 

অন্য খবৰ পঢ়কঃ আমেৰিকাত ভাৰতৰ ডাঙৰ পদক্ষেপ! লাভান্বিত হ’ব প্ৰায় ৫৩ লাখ ভাৰতীয়…

বাৰে বাৰে মুখত ঘাঁ হয় নেকি? কাৰণ, প্ৰতিকাৰৰ উপায় জানক...
শীতকালত এই খাদ্যই বৃদ্ধি কৰে উচ্চ ৰক্তচাপৰ সমস্যা, জানক...
এই ৫টা অভ্যাসে আপোনাক কৰি তুলিব পাৰে পাইলছৰ ৰোগী, জানক...
এইবোৰ খাদ্যই শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে, সবিশেষ জানক...
গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
অসমত বৰ্তমান ৪০শতাংশ বাংলাদেশী মূলৰ লোক আছেঃ মুখ্যমন্ত্ৰী
খেৰণিৰ পৰিস্থিতি অতি স্পৰ্শকাতৰঃ মুখ্যমন্ত্ৰী
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা