ৰাজ্যবাসীৰ বাবে ৰামলালা দৰ্শনৰ বিশেষ ব্যৱস্থা অসম চৰকাৰৰ, অযোধ্যালৈ চলিব বিশেষ ৰে’ল…

Guwahati to Ayodhya Special Trains : ৰাজ্যবাসী সুবিধা হোৱাকৈ ৰামলালা দৰ্শনৰ বাবে ৰে'ল কৰ্তৃপক্ষৰ সহযোগত বিশেষ ব্যৱস্থা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে । সূত্ৰ খবৰ অনুসৰি, অতি শীঘ্ৰেই গুৱাহাটী পৰা অযোধ্যালৈ চলি এখন বিশেষ ৰে'ল । অতি সোনকালে এই ৰে'লসেৱাৰ জৰিয়তে ৰাজ্যবাসীয়ে ৰামলালা দৰ্শনৰ বাবে যাত্ৰা কৰাৰ সুবিধা লাভ কৰিব ।

ৰাজ্যবাসীৰ বাবে ৰামলালা দৰ্শনৰ বিশেষ ব্যৱস্থা অসম চৰকাৰৰ, অযোধ্যালৈ চলিব বিশেষ ৰেল...
Published: 

14 Aug 2024 | 02:30 PM

আপুনি অযোধ্যা ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি ? যদি আপুনি অযোধ্যালৈ গৈ ৰামলালা দৰ্শন কৰাৰ পৰিকল্পনা কৰিছে তেন্তে এতিয়া পৰা বিশেষ চিন্তা কৰাৰ কাৰণ নাই । এতিয়া আপুনি গুৱাহাটীৰ পৰা বিশেষ ৰে’লৰ জৰিয়তে অযোধ্যালৈ যাব পাৰিব । ইয়াৰ লগতে অযোধ্যাত গৈ আপুনি থকাৰ কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই । আপুনি অতি সোনকালে থকাৰ বাবেও বিশেষ সুবিধা লাভ কৰিবলৈ গৈ আছে ।

ৰাজ্যবাসী সুবিধা হোৱাকৈ ৰামলালা দৰ্শনৰ বাবে ৰে’ল কৰ্তৃপক্ষৰ সহযোগত বিশেষ ব্যৱস্থা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে । সূত্ৰ খবৰ অনুসৰি, অতি শীঘ্ৰেই গুৱাহাটী পৰা অযোধ্যালৈ চলি এখন বিশেষ ৰে’ল । অতি সোনকালে এই ৰে’লসেৱাৰ জৰিয়তে ৰাজ্যবাসীয়ে ৰামলালা দৰ্শনৰ বাবে যাত্ৰা কৰাৰ সুবিধা লাভ কৰিব । যদি আপুনি ৰে’লসেৱাৰ জৰিয়তে অযোধ্যা ভ্ৰমণৰ কথা ভাবিছে তেন্তে চিন্তাৰ কাৰণ নাই । এই বিশেষ ৰে’লখনৰ জৰিয়তে এবাৰত ৮০০ গৰাকী যাত্ৰীয়ে অযোধ্যালৈ যাত্ৰা কৰিব পাৰিব ।

তদুপৰি এই বিশেষ ৰে’লখনত অযোধ্যা অভিমুখে যাত্ৰা কৰাৰ সময়ত প্ৰতিগৰাকী যাত্ৰীয়ে লাভ কৰি খাদ্যৰ বিশেষ সুবিধা । ইফালে, অযোধ্যাত গৈ থকাৰ বাবে হোটেলৰ ব্যৱস্থা কৰিব অসম চৰকাৰে । সূত্ৰৰ খবৰ অনুসৰি, অযোধ্যাত গৈ অসমৰ প্ৰতিগৰাকী ৰামলালা দৰ্শনাৰ্থীয়ে থকাৰ বাবে হোটেলৰ সুবিধা লাভ কৰাৰ লগতে অন্যান্য সা-সুবিধা লাভ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে অসম চৰকাৰে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...