ৰাজ্যৰ ১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন সেৱাৰ বাবে ১১৫ কোটি টকা আবণ্টন... | Assam Cabinet allocates Rs 115 Crore for 108 Ambulance Emergency Services Assam news - Assam Tv9

ৰাজ্যৰ ১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন সেৱাৰ বাবে ১১৫ কোটি টকা আবণ্টন…

Updated On: 

26 Nov 2024 | 08:20 PM

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যিক কেবিনেটে । কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি কেবিনেটৰ সিদ্ধান্তসমূহ অৱগত কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ।

1 / 5ৰাজ্যিক কেবিনেটে ৰাজ্যৰ স্বাস্থ্যসেৱা ব্যৱস্থা শক্তিশালী কৰাৰ স্বাৰ্থত ১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱালৈ ১১৫ কোটি টকাৰ আবণ্টন দিবলৈ অনুমোদন জনাইছে। সংবাদমেলৰ জৰিয়তে এই কথা সদৰী কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ।

ৰাজ্যিক কেবিনেটে ৰাজ্যৰ স্বাস্থ্যসেৱা ব্যৱস্থা শক্তিশালী কৰাৰ স্বাৰ্থত ১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱালৈ ১১৫ কোটি টকাৰ আবণ্টন দিবলৈ অনুমোদন জনাইছে। সংবাদমেলৰ জৰিয়তে এই কথা সদৰী কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ।

2 / 5

আজিৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যিক কেবিনেটে । কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি কেবিনেটৰ সিদ্ধান্তসমূহ অৱগত কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ।

3 / 5

উল্লেখ্য যে, ৰাজ্যৰ ১০৮ মৃত্যুঞ্জয় এম্বুলেন্স সেৱাই অতি জৰুৰীকালীন চিকিৎসাত সহায় আগবঢ়াই আহিছে । তথ্য় অনুসৰি এই সেৱাৰ জৰিয়তে ৬৫ লাখৰো অধিক ব্যক্তি উপকৃত হৈছে।

4 / 5

এই আৰ্থিক আবণ্টনৰ লক্ষ্য হৈছে এম্বুলেন্স সেৱাৰ কাৰ্যকৰী দক্ষতা বৃদ্ধি কৰা । সমগ্ৰ ৰাজ্যৰ লোকসকলৰ বাবে বিশেষকৈ দুৰ্গম আৰু অভাৱগ্ৰস্ত অঞ্চলৰ লোকসকলৰ বাবে স্বাস্থ্যসেৱাৰ সুবিধা নিশ্চিত কৰাৰ বাবে এই আবণ্টনত অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে।

5 / 5

শিক্ষামন্ত্ৰী গৰাকীয়ে সংবাদমেলত অসমৰ জৰুৰী চিকিৎসা সেৱা আন্তঃগাঁথনি শক্তিশালী কৰাৰ ক্ষেত্ৰত এই সেৱাৰ গুৰুত্বপূৰ্ণ ভূমিকাক আলোকপাত কৰে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...