শিক্ষাৰ্থীসকলক উৎসাহিত কৰিবলৈ মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আছুৰ সম্বৰ্ধনা অনুষ্ঠান Assam news - Assam Tv9

শিক্ষাৰ্থীসকলক উৎসাহিত কৰিবলৈ মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আছুৰ সম্বৰ্ধনা অনুষ্ঠান

Published: 

01 Jun 2024 | 06:16 PM

সদৌ অসম ছাত্ৰ সন্থাৰ (All Assam Students Union Initiative) উদ্যোগত গুৱাহাটীত আয়োজন কৰা হয় অভিনন্দন অনুষ্ঠান । মাছখোৱা প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হয় এই অনুষ্ঠান ।

1 / 5

মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত সদৌ অসম ছাত্ৰ সন্থা (All Assam Students Union Initiative)ৰ বিশেষ অভিনন্দন অনুষ্ঠান।

2 / 5

HSLC আৰু HSত সুখ্যাতিৰে উত্তীৰ্ণ কলা, বাণিজ্য আৰু বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী সকলক আছুৰ অভিনন্দন আৰু সম্বৰ্ধনা । এই অনুষ্ঠানত শিক্ষানুষ্ঠানৰ মুৰব্বীকো বিশেষ সন্মান জনোৱা হয়।

3 / 5

অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীসকলক উৎসাহ দিবলৈ এই পদক্ষেপ আছুৰ।

4 / 5

HSLCত ৫৮০ৰ আৰু HSত ৪৭০ৰ অধিক নম্বৰ পোৱা শিক্ষাৰ্থী সকলক সম্বৰ্ধনা জ্ঞাপন কৰে সদৌ অসম ছাত্ৰ সন্থাই । এই অনুষ্ঠানতেই ভাৰতীয় প্ৰশাসনিক সেৱাত স্থানপ্ৰাপ্ত অসমৰ সু-সন্তানসকলোকো সম্বৰ্ধনা জনোৱা হয়।

5 / 5

উক্ত অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...