গোবিন্দাৰ পৰকীয়া প্ৰেমৰ কথা স্বীকাৰ পত্নী সুনীতা আহুজাৰ…

| Edited By:

Dec 26, 2025 | 10:48 PM

স্বামীৰ পৰকীয়া প্ৰেমৰ ওপৰত মত প্ৰকাশ গোবিন্দাৰ পত্নী সুনীতা আহুজাৰ। তেওঁ কয় যে, এই কথাই তেওঁক যথেষ্ঠ হতাশ কৰিছিল। যাৰ বাবে ২০২৫ বৰ্ষটি তেওঁৰ বাবে ভাল নাছিল। কিন্তু ২০২৬ বছৰটিৰ পৰা তেওঁ বহু আশা কৰে।

মাজত মাত্ৰ কেইটামান দিন। বহু আশা, সম্ভাৱনা লৈ আহি আছে নতুন বছৰ ২০২৬। নতুন বছৰক লৈ  প্ৰস্তুতি বহুতৰ। এই সময়চোৱাত বিভিন্নজনে ঘূৰি চাইছে ২০২৫ বৰ্ষটিলৈ। ইয়াৰ মাজতে শেষ হ’বলৈ ধৰা বছৰটিক ঘূৰি চাই দুখ প্ৰকাশ কৰিছে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দাৰ পত্নী সুনীতা আহুজাই। বছৰৰ শেষত সুনীতাই নিজৰ হতাশাৰ কথা স্বীকাৰ কৰিছে।  তেওঁ কয় যে, ২০২৫ বছৰটোত গোবিন্দাৰ অন্য মহিলাৰ সৈতে সম্পৰ্ক থকা বুলি বিতৰ্কৰ সৃষ্টি হৈছিল। যাক লৈ বছৰটো তেওঁৰ বাবে হতাশাপূৰ্ণ আছিল।

অভিনেতা গোবিন্দৰ পত্নী সুনীতা আহুজাই স্বামীৰ প্ৰেমৰ সম্পৰ্কত মুকলিকৈ মত প্ৰকাশ কৰিছে যদিও মহিলাগৰাকী মাৰাঠী অভিনেত্ৰী নহয় বুলি স্পষ্ট কৰি দিছে। এক সাক্ষাৎকাৰত সুনীতাই কয় যে  “সেই মহিলাগৰাকীয়ে গোবিন্দাক ভাল নাপায়,কেৱল তেওঁৰ ধনহে বিচাৰে।”

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…