মহানগৰ আৰক্ষী আয়ুক্ত ড° পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান অসম বিশ্ববিদ্যালয়ৰ

| Edited By:

| Jan 19, 2026 | 4:20 PM

মহানগৰ আৰক্ষী আয়ুক্ত ড° পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান। ডি. লিট সন্মান লাভ কৰা অসমৰ প্ৰথম আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্ত।

মহানগৰ আৰক্ষী আয়ুক্ত ড° পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান। শিলচৰ অসম বিশ্ববিদ্যালয়ে ডি. লিট সন্মানেৰে সন্মানিত কৰিলে আৰক্ষী বিষয়াগৰাকীক। শিলচৰ অসম বিশ্ববিদ্যালয়ৰ ২৩ তম সমাৱৰ্তন অনুষ্ঠানত IGP পাৰ্থ সাৰথি মহন্তক এই সন্মানেৰে সন্মানিত কৰে শিলচৰ অসম বিশ্ববিদ্যালয়ে। ডি. লিট সন্মান লাভ কৰা অসমৰ প্ৰথম আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্ত।