সঁচাকৈয়ে চৰাইৰ খুন্দাৰ বাবে হৈছিল নেকি আহমেদাবাদৰ বিমান দুৰ্ঘটনা!

| Edited By:

Jul 12, 2025 | 9:02 PM

আহমেদাবাদৰ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা সন্দৰ্ভত আজি পোহৰলৈ আহিছে বহু গুৰুত্বপূৰ্ণ তথ্য। এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰো, চমুকৈ AAIB- এ আহমেদাবাদত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ এই ভয়ানক দুৰ্ঘটনা সন্দৰ্ভত ১৫ পৃষ্ঠাৰ এক প্ৰাৰম্ভিক প্ৰতিবেদন প্ৰকাশ কৰিছে।

বিগত ১২ জুনত আহমেদাবাদত সংঘটিত হোৱা বিমান দুৰ্ঘটনা দেশৰ ইতিহাসৰে অন্যতম ভয়ংকৰ দুৰ্ঘটনা হিচাপে পৰিগণিত হয়। এই হৃদয় বিদাৰক দুৰ্ঘটনাৰ ভয়াৱহতা এতিয়াও পাহৰিব পৰা নাই দেশে। আহমেদাবাদৰ এই এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা সন্দৰ্ভত আজি পোহৰলৈ আহিছে বহু গুৰুত্বপূৰ্ণ তথ্য। এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰো, চমুকৈ AAIBএ আহমেদাবাদত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ এই ভয়ানক দুৰ্ঘটনা সন্দৰ্ভত ১৫ পৃষ্ঠাৰ এক প্ৰাৰম্ভিক প্ৰতিবেদন প্ৰকাশ কৰিছে।

এই প্ৰতিবেদনত দুৰ্ঘটনা সন্দৰ্ভত বহু তথ্য প্ৰকাশ পাইছে। লক্ষণীয়ভাৱে এয়াৰ ইণ্ডিয়াৰ বিমানখনত চৰাইয়ে খুন্দিওৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি এক খবৰ প্ৰকাশ পাইছিল। এই খবৰ সন্দৰ্ভতো এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰোৰ প্ৰতিবেদনত বিশদভাৱে উল্লেখ কৰা হৈছে। কি আছে এই প্ৰতিবেদনত, চাওঁ আহক…