শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
সঞ্জয় সমকামী নেকি? বন্ধ কোঠাৰ ভিতৰত কি কৰিছিল অভিনেতাগৰাকীয়ে...

সঞ্জয় সমকামী নেকি? বন্ধ কোঠাৰ ভিতৰত কি কৰিছিল অভিনেতাগৰাকীয়ে…

barasha-sarma
Barasha Sarma | Published: 11 Nov 2025 09:02 AM

Sanjay Dutta: বলীউডৰ জনপ্ৰিয় অভিনেতা সঞ্জয় দত্ত। তেওঁৰ জীৱনত বহু ভাল-বেয়া অভিজ্ঞতা আছে। বহু যুৱতীৰ সৈতেও নাম সাঙোৰ খাইছিল অভিনেতাগৰাকীৰ। কিন্তু মাতৃৰ পুত্ৰৰ ওপৰত আছিল সন্দেহ।

বলীউডৰ জনপ্ৰিয় অভিনেতাসমূহৰ ভিতৰত অন্যতম সঞ্জয় দত্ত। তেওঁৰ বিষয়ে বিভিন্ন সময়ত বহু চৰ্চা হৈ থাকে। ভাল-বেয়া সকলোতে তেওঁৰ নাম সাঙোৰ খায়। অভিনেতাগৰাকীয়ে আত্মজীৱনীত উল্লেখ কৰা অনুসৰি তেওঁ ৩৫০ গৰাকীতকৈ অধিক মহিলাৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছে। কিন্তু তেওঁৰ ওপৰত মাতৃয়ে কৰিছিল আন এক সন্দেহ। মাতৃয়ে ভাবিছিল পুত্ৰ সমকামী বুলি।

জানিব পৰা মতে, পুৰুষ বন্ধু আহিলে কোঠাৰ ভিতৰত সোমাই পৰিছিল সঞ্জয় দত্ত। ঘন্টাৰ পাছত ঘন্টা পাৰ হৈ গৈছিল। কিন্তু ওলাই অহা নাছিল। যাৰ বাবে মাতৃৰ সন্দেহ হৈছিল পুত্ৰৰ ওপৰত। ভাবিছিল পুত্ৰৰ কোনো পুৰুষৰ সৈতেও সম্পৰ্ক আছে। পিছে সঁচাকৈ সমকামী নেকি সঞ্জয় দত্ত?

সবিশেষৰ বাবে চাওক ভিডিঅ’…