শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
মই কোনো অবাঞ্চিত পৰিৱেশৰ সন্মুখীন হোৱা নাই, সোণতলীৰ মানুহ বৰ মৰমিয়ালঃ বিধায়ক ৰেকিবুদ্দিন

মই কোনো অবাঞ্চিত পৰিৱেশৰ সন্মুখীন হোৱা নাই, সোণতলীৰ মানুহ বৰ মৰমিয়ালঃ বিধায়ক ৰেকিবুদ্দিন

barasha-misra
Barasha Misra | Published: 20 Nov 2025 22:26 PM

নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ ৰোষত ৰেকিবুদ্দিন আহমেদ। ছমৰীয়া সমষ্টিত ৰাইজৰ ৰোষত পৰা বিধায়ক ৰেকিবুদ্দিনে। বিধায়কগৰাকীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে। আজি ৰাইজৰ ৰোষত পৰা সন্দৰ্ভত মন্তব্য কৰে বিধায়ক ৰেকিবুদ্দিন আহমেদে ।

সমাগত ২০২৬ চনৰ বিধানসভা নিৰ্বাচন। কঁকালত টঙালি বান্ধিছে সকলো ৰাজনৈতিক দলে। প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্য আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। আনহাতে দলীয় প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলেও নিজা নিজা সমষ্টিত তৎপৰতা আৰম্ভ কৰিছে ।

নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ ৰোষত ৰেকিবুদ্দিন আহমেদ। ছমৰীয়া সমষ্টিত ৰাইজৰ ৰোষত পৰা বিধায়ক ৰেকিবুদ্দিনে। বিধায়কগৰাকীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে। আজি ৰাইজৰ ৰোষত পৰা সন্দৰ্ভত মন্তব্য কৰে বিধায়ক ৰেকিবুদ্দিন আহমেদে । তেওঁ কয়, ‘একো অবাঞ্চিত পৰিৱেশৰ সন্মুখীন মই হোৱা নাই, সোনতলীৰ মানুহ বহুত মৰমীয়াল।’

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…