বিয়াৰ জাকজমকতাৰ চখ জীৱনৰ সমস্যা হ’ব পাৰে নেকি! কিদৰে পৰে ঋণৰ প্ৰভাৱ!
ঋণ লোৱাৰ পিছত যদি সঠিকভাৱে পৰিশোধ কৰা হয়, তেতিয়া আপোনাৰ ক্ৰেডিট স্ক’ৰ উন্নত হ’ব পাৰে। কিন্তু এইক্ষেত্ৰত ভুল হ’লেই সমস্যা বাঢ়িব পাৰে। তদুপৰি ঋণ লোৱাৰ সময়তো কিছুমান কথাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। জানো আহক এই বিষয়ে।
বিয়াৰ খৰচৰ বাবে সাম্প্ৰতিক সময়ত বহু লোকে ব্যক্তিগত ঋণ লয়। স্বাভাৱিকতেই বিয়াখন কিছু জাকজমকতাৰে পতাৰ আশা অধিকাংশ লোকৰে থাকে আৰু এই আশা পূৰণৰ ক্ষেত্ৰত মধ্যবিত্ত শ্ৰেণীৰ বাবে ঋণ লোৱাটো প্ৰয়োজনীয় হৈ পৰে। ঋণ লৈ আশা অনুসৰি বিয়া পাতিলে পিছে আপোনাৰ ক্ৰেডিট স্ক’ৰতো যথেষ্ট প্ৰভাৱ পৰাৰ সম্ভাৱনা থাকে। সেয়া অৱশ্যে ইতিবাচক হ’বনে নেতিবাচক হ’ব, আপোনাৰ ওপৰতে সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব।

Latest Videos