বেলজিয়ামৰ আদালতত মুখথেকেচা মেহুল চোকছিৰ, মসৃণ হৈছে প্ৰত্যাৰ্পণৰ পথ
পলাতক মেহুল চোকছিপলাতক মেহুল চোকছি ১৩,৫০০ কোটি টকাৰ ঋণ পৰিশোধ নকৰাৰ অভিযোগত অভিযুক্ত। চোকছিৰ বিৰুদ্ধে মুম্বাইৰ এখন বিশেষ আদালতে বিগত ২০১৮ আৰু ২০২৩ চনত গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছিল।
হাজাৰ হাজাৰ কোটি টকাৰ ঋণ পৰিশোধ নকৰাকৈ দেশৰ পৰা ‘পলাতক’ মেহুল চোকছি শীঘ্ৰেই ঘূৰিব পাৰে দেশলৈ। বেলজিয়ামৰ এক আপীল আদালতৰ ৰায়ৰ পিছত মেহুল চোকছিৰ প্ৰত্যাৰ্পণৰ পথ ক্ৰমাৎ অধিক মসৃণ হৈ পৰিছে। আৰ্থিক জালিয়াতিৰ অভিযোগত অভিযুক্ত মেহুল চোকছিৰ প্ৰত্যাৰ্পণৰ বাবে নতুন দিল্লীয়ে চলিত বৰ্ষৰ আৰম্ভণিৰে পৰা প্ৰচেষ্টা চলাই আহিছে। এতিয়া বেলজিয়ামৰ আদালতৰ ৰায়ৰ পিছত দিল্লীৰ এই প্ৰচেষ্টা প্ৰায় সফল হোৱাৰ দিশত আগবঢ়া বুলি ক’ব পাৰি।
এইগৰাকী পলাতক মেহুল চোকছিপলাতক মেহুল চোকছি ১৩,৫০০ কোটি টকাৰ ঋণ পৰিশোধ নকৰাৰ অভিযোগত অভিযুক্ত। চোকছিৰ বিৰুদ্ধে মুম্বাইৰ এখন বিশেষ আদালতে বিগত ২০১৮ আৰু ২০২৩ চনত গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছিল।
