ইছৰোৰ সৈতে হাত মিলাইছে ডাক বিভাগে, দেখা যাব এনে আমূল পৰিৱৰ্তন…

Oct 12, 2025 | 10:50 PM

ডাক বিভাগে ইছৰোৰ সহায়ত এতিয়া আৰম্ভ কৰিব ডিজিপিন। ইছৰোৰ নেশ্যনেল ৰিম’ট চেঞ্চিং চেণ্টাৰে ডাক বিভাগৰ বাবে সৃষ্টি কৰিছে এই ডিজিপিন ব্যৱস্থা আৰু এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে আই আই টি হায়দৰাবাদে। এই ডিজিপিনে এতিয়া ডাক বিভাগৰ ডেলিভাৰী ব্যৱস্থাক অধিক বিকশিত কৰি তুলিব।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, চমুকৈ ইছৰোৱে এক বিশেষ কামৰ বাবে যুটি বান্ধিছে ভাৰতীয় ডাক বিভাগৰ সৈতে স্বাভাৱিকতেই ইছৰো আৰু ডাক বিভাগৰ কাৰ্যক্ষেত্ৰ সম্পূৰ্ণ পৃথক বাবে এই যুটিয়ে আপোনাক আচৰিত কৰি তুলিব পাৰে কিন্তু আচৰিত লেও এয়া সঁচা ডাক বিভাগে এতিয়া ইছৰোৰ সহযোগত এক নতুন প্ৰযুক্তিৰ আৰম্ভণিৰ বাবে আগবাঢ়িছে। এই নতুন প্ৰযুক্তিয়ে ডাক বিভাগৰ কামকাজ অধিক গতিশীল কৰি তুলিব শীঘ্ৰেই ডাক বিভাগত দেখা যাব এই প্ৰযুক্তিৰ প্ৰৱৰ্তন

ডাক বিভাগে ইছৰোৰ সহায়ত এতিয়া আৰম্ভ কৰিব ডিজিপিন ইছৰোৰ নেশ্যনেল ৰিম’ট চেঞ্চিং চেণ্টাৰে ডাক বিভাগৰ বাবে সৃষ্টি কৰিছে এই ডিজিপিন ব্যৱস্থা আৰু এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে আই আই টি হায়দৰাবাদে এই ডিজিপিনে এতিয়া ডাক বিভাগৰ ডেলিভাৰী ব্যৱস্থাক অধিক বিকশিত কৰি তুলিব