শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
বাসগৃহৰ পৰা ওলাই যাবলৈ কোৱা হৈছিল নেকি জগদীপ ধনখড়ক?

বাসগৃহৰ পৰা ওলাই যাবলৈ কোৱা হৈছিল নেকি জগদীপ ধনখড়ক?

trishna-kalita
Trishna Kalita | Published: 24 Jul 2025 20:01 PM

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ মাজতে হঠাৎ পদত্যাগ কৰিছে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে। পদত্যাগৰ কাৰণ শাৰীৰিক অসুস্থতা বুলি উল্লেখ কৰা হৈছে তেওঁ। কিন্তু এই কথা সহজে মানি ল’ব বিচৰা নাই দেশৰ বিৰোধী দলসমূহে।

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ মাজতে হঠাৎ পদত্যাগ কৰিছে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে। পদত্যাগৰ কাৰণ শাৰীৰিক অসুস্থতা বুলি উল্লেখ কৰা হৈছে তেওঁ। কিন্তু এই কথা সহজে মানি ল’ব বিচৰা নাই দেশৰ বিৰোধী দলসমূহে। কেইবাজনো নেতাৰ মতে ইয়াৰ আঁৰত আছে আন কোনো ডাঙৰ কাৰণ। যাৰ বাবে কেন্দ্রৰ সৈতে ধনখড়ৰ সংঘাতক লৈও বহুতে উত্থাপন কৰিছে প্রশ্ন ৷