IndiGo Flight offer: মাত্ৰ ১,১৯৯ টকাত লাভ কৰক বিমানৰ টিকট…

| Edited By:

| Mar 11, 2025 | 9:21 PM

IndiGo Flight offer: দেশৰ অন্যতম বৃহৎ বিমান সংস্থা ইণ্ডিগ’ই গ্ৰাহকৰ বাবে লৈ আহিছে বিশেষ অফাৰ। এই অফাৰৰ অধীনত আপুনি মাত্ৰ ১,১৯৯ টকাকে বিমানৰ টিকট লাভ কৰিব।

হোলীৰ সময়ত গ্ৰাহকৰ বাবে ইণ্ডিগ’ই  লৈ আহিছে বিশেষ অফাৰ।  গতিকে আপুনিও যদি ভ্ৰমণৰ  কিবা পৰিকল্পনা কৰিছে তেন্তে আপোনাৰ এই ভাল খবৰ। দেশৰ অন্যতম বৃহৎ বিমান সংস্থা ইণ্ডিগ’ই হোলীৰ সময়ত বিশেষ ৰেহাইৰ ব্যৱস্থা কৰিছে। ইয়াৰ অধীনত গ্ৰাহকে ১,১৯৯ টকাৰ পৰা লাভ কৰিব বিমানৰ টিকট। কেৱল এয়াই নহয়, ইয়াৰ অধীনত আছে অন্যান্য সা-সুবিধাও। আন্তঃৰাষ্ট্ৰীয় বিমানৰ ক্ষেত্ৰতো ৰেহাইৰ ব্যৱস্থা কৰিছে ইণ্ডিগ’ই ।