ৰে’লৱেই সলনি কৰিলে Lower বাৰ্থ বুক কৰাৰ নিয়ম, জানক…

| Edited By:

Nov 03, 2025 | 4:40 PM

চলিত বৰ্ষৰ আৰম্ভণিতে ভাৰতীয় ৰে’লৱেই যাত্ৰীৰ সুবিধাৰ্থে ৰেলৱান এপ মুকলি কৰিছিল। এই এপটোৰ জৰিয়তে সংৰক্ষিত আৰু অসংৰক্ষিত বিভাগৰ টিকট বুকিং কৰাৰ সুবিধা লাভ কৰিব। বৰ্তমান ৰে’লৱেৰ এডভান্স বুকিং পিৰিয়ডো ১২০ দিনৰ পৰা ৬০ দিনলৈ হ্ৰাস কৰা হৈছে।

ৰে’ল যাত্ৰীৰ বাবে আহিছে আন এটা নতুন নিয়ম। টিকট বুকিং ব্যৱস্থাটো সহজ আৰু যাত্ৰী অনুকূল কৰি তোলাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতীয় ৰে’লৱেই। নতুন নিয়ম অনুসৰি ৰে’লৰ ল’ৱাৰ বাৰ্থত টিকট বুকিং কৰাৰ নিয়ম সলনি কৰা হৈছে।