Himanta Biswa Sarma: গোঁসাইগাঁৱত গৌৰৱ গগৈ SIT তদন্ত সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

| Sep 15, 2025 | 6:07 PM

সাংসদ গৌৰৱ গগৈৰ কথিত পাকিস্তান লিংকৰ SIT প্ৰতিবেদন প্ৰসংগত পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কি কি ক'লে তেওঁ ?

গৌৰৱ গগৈৰ কথিত পাকিস্তান লিংকৰ SIT প্ৰতিবেদন প্ৰসংগত পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, “কেৱল গৌৰৱ গগৈৰ পত্নীকে SIT য়ে জেৰা কৰা নাই । মুঠ ৩৮ জন লোকক জেৰা কৰিছে SIT য়ে।” প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতে লিষ্টত কাৰ কাৰ নাম আছে সকলোৱে জানিব বুলি কয় মুখ্যমন্ত্ৰীয়ে।