Gold Silver Price: দূৰ্গা পূজাৰ পূৰ্বে কমিছে সোণ-ৰূপৰ দাম, খৰধৰ কৰক

| Edited By: Barasha Misra

| Sep 18, 2025 | 8:21 PM

আজি ১৮ ছেপ্তেম্বৰ, গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি বৃহস্পতিবাৰৰ দিনটোত দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,১১,১৭০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,০১,৯০০ টকা। এতিয়া জানো আহক আজি গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ দাম কিমান হৈছে-

দুৰ্গা পূজাৰ বাবে মাত্ৰ কেইটামান দিন বাকী। বহুতৰে বজাৰ কৰা প্ৰায় শেষ হৈছে। কিন্তু নিজৰ প্ৰিয় মেখেলা-চাদৰযোৰ বা আন কাপোৰ কিনিলেও বহুতে এতিয়াও গহনা কিনিব পৰা নাই। বহুতে পূজাৰ সময়ত সোণৰ গহনা কিনিবলৈ বিচাৰে। কিন্তু বিগত কেইমাহমানৰ পৰা বৰ্ধিত দামৰ বাবে সোণ কিনাটো দূৰৰ কথা, দোকানৰ ওচৰলৈ যাবলৈও সাহস কৰা নাই। ৰূপৰ গহনাৰো দাম দ্ৰুতগতিত বৃদ্ধি পাইছে। এই পৰিস্থিতিত আজি বৃহস্পতিবাৰে সামান্য পৰিমাণে হ্ৰাস পাইছে সোণ-ৰূপৰ দাম। দুৰ্গা পূজাৰ আগতে যদি গহনা কিনিব বিচাৰে তেন্তে এয়া আপোনাৰ এক সোণালী সুযোগ।