টীয়কৰ বলমা মৰাণ গাঁৱত ঘৰৰ ভিতৰত মাতৃ-কন্যাৰ মৃতদেহ উদ্ধাৰ

| Dec 10, 2025 | 11:56 AM

আহত পিতৃৰ নাম কল্যাণ কোৱঁৰ। ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে । এই ঘটনা পৰিয়ালকেন্দ্ৰিক ঘটনা নে হত্যাকাণ্ড এতিয়ালৈকে জানিব পৰা হোৱা নাই। 

টীয়কৰ বলমা মৰাণ গাঁওত চাঞ্চল্যকৰ ঘটনা। তেজৰে লুটুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ মাতৃ-কন্যাৰ মৃতদেহ। ইফালে গুৰুতৰ অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে পিতৃক। মৃত মাতৃগৰাকীৰ নাম চুনচুমী কোঁৱৰ আৰু কন্যা গৰাকীৰ নাম সোণাক্ষী কোঁৱৰ।

আহত পিতৃৰ নাম কল্যাণ কোৱঁৰ। ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে । এই ঘটনা পৰিয়ালকেন্দ্ৰিক ঘটনা নে হত্যাকাণ্ড এতিয়ালৈকে জানিব পৰা হোৱা নাই।