ক’ভিডত আক্ৰান্ত হৈ ২৪ ঘন্টাত ৭ জনৰ মৃত্যু, অসমত কি পৰিস্থিতি?

| Edited By:

Jun 05, 2025 | 6:58 PM

ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক’ভিডত সক্ৰিয় ৰোগীৰ সংখ্যা। বুধবাৰে দেশত সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ৪,৩০২ জন। যি সংখ্যা বৃহস্পতিবাৰে ৪৮৬৬ লৈ বৃদ্ধি পাইছে। ইফালে সুস্থ হৈ ঘৰলৈ উভতি যোৱা ৰোগীৰ সংখ্যা ৩৯৫৫ ​​লৈ বৃদ্ধি পাই

পুনৰবাৰ দেশৰ বাবে ভাবুকি স্বৰূপ হৈ থিয় দিছে ক’ভিড-১৯-এ। ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক’ভিডত সক্ৰিয় ৰোগীৰ সংখ্যা। বুধবাৰে দেশত সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ৪,৩০২ জন। যি সংখ্যা বৃহস্পতিবাৰে ৪৮৬৬ লৈ বৃদ্ধি পাইছে। ইফালে সুস্থ হৈ ঘৰলৈ উভতি যোৱা ৰোগীৰ সংখ্যা ৩৯৫৫ ​​লৈ বৃদ্ধি পাইছে।