Himanta Biswa Sarma: জুবিন জীয়াই থাকোতে কোনে ভালকৈ কৈছিল, অখিল গগৈনে লুৰিণজ্যোতি গগৈয়ে: মুখ্যমন্ত্ৰী

Oct 07, 2025 | 6:21 PM

মুখ্যমন্ত্ৰীয়ে কয়, অসম চৰকাৰে এজনৰ পিছত আন এজনক তদন্ত কৰিছে আৰু গ্ৰেপ্তাৰ কৰিছে। ইমান ক্ষিপ্ৰতাৰে অসম চৰকাৰে কাম কৰিব বুলি জুবিনৰ অনুৰাগীয়ে ভাবিবই পৰা নাছিল। এতিয় জুবিনৰ অনুৰাগীৰ ১০ শতাংশই মোৰ অনুৰাগী হৈ গৈছে।

সকলোৱে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিছে। আজি মুখ্যমন্ত্ৰীয়ে কয়, শ্যামকানুৰ লগত মুখ্যমন্ত্ৰীৰ সম্পৰ্ক একেবাৰে ভাল নহয়। গৌৰৱ গগৈ আৰু শ্যামকানু মহন্ত “বুন্দিয়া-ভুজিয়া”। শ্যামকানুৰ লগত আটাইতকৈ সুসম্পৰ্ক থকা মানুহ হ’ল গৌৰৱ গগৈ। যোৰহাট নিৰ্বাচনৰ সময়ত গৌৰৱ গগৈৰ প্ৰতিটো ফেচবুক পোষ্ট চাব। ধন্যবাদ কানু বুলি মই কেতিয়াও পোষ্ট দিয়া নাই।

ইয়াৰোপৰি মুখ্যমন্ত্ৰীয়ে কয়, অসম চৰকাৰে এজনৰ পিছত আন এজনক তদন্ত কৰিছে আৰু গ্ৰেপ্তাৰ কৰিছে। ইমান ক্ষিপ্ৰতাৰে অসম চৰকাৰে কাম কৰিব বুলি জুবিনৰ অনুৰাগীয়ে ভাবিবই পৰা নাছিল। এতিয় জুবিনৰ অনুৰাগীৰ ১০ শতাংশই মোৰ অনুৰাগী হৈ গৈছে।