জ্যেষ্ঠ নাগৰিকৰ বাবে ৰে’লত থাকিব বিশেষ ব্যৱস্থা

| Edited By:

Jul 07, 2025 | 9:15 PM

কম মূল্যত ভ্ৰমণ কৰিব পাৰি বাবেই বহুতেই ৰে’লত যাত্ৰা কৰে। তাৰ ভিতৰত এনে বহু জ্যেষ্ঠ নাগৰিক আছে যিয়ে নিজৰ প্ৰয়োজনীয় কামৰ বাবে স্থানীয় ৰে’লত যাত্ৰা কৰিবলগীয়া হয়। বহু সময়ত আসন নথকা বাবে জ্যেষ্ঠ নাগৰিকসকলে ভিৰ মাজত থিয় হৈ যাত্ৰা কৰিব লাগে।

ট্ৰেইনত ভিৰৰ মাজত যাত্ৰা কৰাতো মহা জ্বালা, বিশেষকৈ স্কুল-কলেজ বা কাৰ্যালয়লৈ যোৱাৰ সময়ত স্থানীয় ৰে’লত ব্যাপক ভিৰ হয়, ভৰি ৰাখিবলৈও কেতিয়াবা ঠাই নোহোৱা হয়। তথাপিওটো নিজৰ কৰ্মক্ষেত্ৰলৈ যাবই লাগিব। কম মূল্যত ভ্ৰমণ কৰিব পাৰি বাবেই বহুতেই ৰে’লত যাত্ৰা কৰে। তাৰ ভিতৰত এনে বহু জ্যেষ্ঠ নাগৰিক আছে যিয়ে নিজৰ প্ৰয়োজনীয় কামৰ বাবে স্থানীয় ৰে’লত যাত্ৰা কৰিবলগীয়া হয়। বহু সময়ত আসন নথকা বাবে জ্যেষ্ঠ নাগৰিকসকলে ভিৰ মাজত থিয় হৈ যাত্ৰা কৰিব লাগে।

বহুত সময়ত আসন এৰি দিয়াৰ বাবে অনুৰোধ জনাব লাগে। কিন্তু এতিয়াৰে পৰা স্থানীয় ৰে’লত জ্যেষ্ঠ নাগৰিকৰ বাবে থাকিব সুকীয়া কম্পাৰ্টমেণ্ট। যাৰ ফলত অতি ভিৰ হোৱা ৰে’লতো জ্যেষ্ঠ নাগৰিকসকলে আৰামেৰে যাত্ৰা কৰিব পাৰিব।