ৰাণৱেৰ পৰা পিছলি সাগৰত পৰিল বিমান, মৃত্যু…

| Edited By: Monjit Dutta

Oct 20, 2025 | 10:23 PM

জানিব পৰা মতে ডুবাইৰ পৰা আহিছিল বিমানখন। হংকঙত অৱতৰণ কৰাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হৈছে।

এক ভয়ংকৰ বিমান দুৰ্ঘটনা!  ৰাণৱেৰ পৰা পিছলি সাগৰত পৰিল এখন বিমান।  সোমবাৰে পুৱতি নিশা হংকং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে ডুবাইৰ পৰা আহিছিল বিমানখন। হংকঙত অৱতৰণ কৰাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হৈছে।