India-Pakistan Tension: বিশ্ববাসীক ভাৰতৰ অপাৰেশ্যন সেন্দূৰত যোগদানৰ আহ্বান বেলুচ আৰ্মিৰ

May 10, 2025 | 8:36 PM

অৱশেষত আমেৰিকাই ভাৰত আৰু পাকিস্তানৰ মাজত মধ্যস্থতা কৰে। তাৰ পাছত যুদ্ধবিৰতিৰ বাবে সন্মত হয় পাকিস্তানে। ইফালে বৃহস্পতিবাৰে নিশা পাকিস্তানে ধাৰাবাহিকভাৱে ড্ৰ’ন আক্ৰমণ চলোৱাৰ সময়তে এই বেলুচ বিদ্ৰোহীসকলে নিজৰ স্বাধীনতাৰ দাবী কৰিবলৈ আৰম্ভ কৰে। তাৰ পাছকতে বিশ্ববাসীলৈ এখন মুকলি চিঠি লিখিছে তেওঁলোকে।