জুবিন গাৰ্গৰ বিদায়ত হেজাৰ হেজাৰ অনুৰাগীৰ কান্দোনৰ ৰোল
সমগ্ৰ ৰাজ্যতে কান্দোনৰ ৰোল। চৌপাশে প্ৰতিজন অনুৰাগীয়ে একেলগে গালে জুবিন দাৰ প্ৰিয় গীত "মায়াৱিনীৰ ৰাতিৰ বুকুত"। জুবিন দা যে আমাৰ মাজত নাই, ভাৱিবলৈ কঠিন। অনুভৱবোৰ বুজাবলৈ আজি শব্দৰ অভাৱ। জুবিনক ৰাইজে বিদায় দিয়া নাই, কিন্তু চিৰদিনৰ বাবে অন্তৰত স্থান দিছে। পঞ্চভূতত বিলীন অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ।
সমগ্ৰ ৰাজ্যতে কান্দোনৰ ৰোল। চৌপাশে প্ৰতিজন অনুৰাগীয়ে একেলগে গালে জুবিন দাৰ প্ৰিয় গীত “মায়াৱিনীৰ ৰাতিৰ বুকুত”। জুবিন দা যে আমাৰ মাজত নাই, ভাৱিবলৈ কঠিন। অনুভৱবোৰ বুজাবলৈ আজি শব্দৰ অভাৱ। জুবিনক ৰাইজে বিদায় দিয়া নাই, কিন্তু চিৰদিনৰ বাবে অন্তৰত স্থান দিছে। পঞ্চভূতত বিলীন অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ।