শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ঘৃণা কৰাসকলকো ধন্যবাদ দি অনুৰাগীলৈ এই সুখবৰ দিলে অনয়াই

ঘৃণা কৰাসকলকো ধন্যবাদ দি অনুৰাগীলৈ এই সুখবৰ দিলে অনয়াই

monjit-dutta
Monjit Dutta | Published: 13 Jul 2025 23:20 PM

অনয়া বাংগাৰে এসময়ত যশস্বী জয়ছোৱালৰ লগত একেলগে যুৱ পৰ্যায়ত ক্ৰিকেট খেলিছিল। পিছলৈ তেওঁৰ জীৱনলৈ এক বৃহৎ পৰিৱৰ্তন আহে আৰু অস্ত্ৰোপচাৰৰ জৰিয়তে লিংগ পৰিৱৰ্তন কৰে। শেহতীয়াকৈ অনয়াই নিজা সামাজিক মাধ্যম যোগে অনুৰাগীৰ বাবে এক সুখবৰ প্ৰকাশ কৰিছে। কি এই সুখবৰ চাওঁ আহক।

বিগত কিছুদিন ধৰি সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চিত হৈছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সঞ্জয় বাংগাৰৰ সন্তান এই চৰ্চাৰ মূলতে আছিল তেওঁৰ সন্তানৰ এক বিশেষ সিদ্ধান্ত প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ পুত্ৰ আৰয়ান বাংগাৰে কিছুদিন পূৰ্বে নিজৰ লিঙ্গ পৰিৱৰ্তন কৰিছিল ইয়াৰ পিছতে তেওঁ অনয়া বাংগাৰ ৰূপে নতুন নাম গ্ৰহণ কৰিছিল তাৰ পিছৰে পৰা সামাজিক মাধ্যমত চৰ্চিত হৈ পৰে তেওঁ

উল্লেখ্য যে এই অনয়া বাংগাৰে এসময়ত যশস্বী জয়ছোৱালৰ লগত একেলগে যুৱ পৰ্যায়ত ক্ৰিকেট খেলিছিল। পিছলৈ তেওঁৰ জীৱনলৈ এক বৃহৎ পৰিৱৰ্তন আহে আৰু অস্ত্ৰোপচাৰৰ জৰিয়তে লিংগ পৰিৱৰ্তন কৰে শেহতীয়াকৈ অনয়াই নিজা সামাজিক মাধ্যম যোগে অনুৰাগীৰ বাবে এক সুখবৰ প্ৰকাশ কৰিছে। কি এই সুখবৰ চাওঁ আহক।