আমেৰিকাৰ পৰা ভাৰতলৈ F 35, শংকিত শত্ৰুপক্ষঃ কিমান ক্ষমতাশালী এই F 35!

| Edited By:

Feb 17, 2025 | 8:46 PM

ভাৰতে এতিয়া আমেৰিকাৰ পৰা অত্যন্ত শক্তিশালী যুঁজাৰু বিমান এফ-৩৫ লাভ কৰাৰ দিশে আগবাঢ়িছে। এই খবৰ পোহৰলৈ অহাৰ পিছতে সমগ্ৰ বিশ্বতে সৰৱ চৰ্চা চলিছে। প্ৰধানতঃ ভাৰতৰ এই শেহতীয়া চুক্তি দুই চুবুৰীয়া ৰাষ্ট্ৰ চীন আৰু পাকিস্তানৰ বাবে উদ্বেগজনক হৈ পৰিছে।

শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হোৱাইট হাউছত দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰা ড’নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰে। মোদী আৰু ট্ৰাম্পৰ এই সাক্ষাতৰ ভাৰতে এতিয়া আমেৰিকাৰ পৰা অত্যন্ত শক্তিশালী যুঁজাৰু বিমান এফ-৩৫ লাভ কৰাৰ দিশে আগবাঢ়িছে। এই খবৰ পোহৰলৈ অহাৰ পিছতে সমগ্ৰ বিশ্বতে সৰৱ চৰ্চা চলিছে। প্ৰধানতঃ ভাৰতৰ এই শেহতীয়া চুক্তি দুই চুবুৰীয়া ৰাষ্ট্ৰ চীন আৰু পাকিস্তানৰ বাবে উদ্বেগজনক হৈ পৰিছে। পিছে শত্ৰু ৰাষ্ট্ৰও উদ্বিগ্ন হ’বলগা এই বিশেষ যুঁজাৰু বিমানখনৰ এনে কি ক্ষমতা আছে? এই সন্দৰ্ভত প্ৰতিৰক্ষা খণ্ডৰ বিশেষজ্ঞসকলে বাখ্যা আগবঢ়াইছে।