Zubeen Garg: জুবিন গাৰ্গৰ স্মৃতিত হ’ব নগৰীয়া বন উদ্যান তথা গীতৰ সংগ্ৰহালয়

Sep 26, 2025 | 6:58 PM

নলবাৰীৰ বিধায়ক তথা কেবিনেট মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বৰ লগতে জুবিন গাৰ্গ অনুৰাগীৰ ভৱিষ্যত প্ৰজন্মৰ বাবে মহান পদক্ষেপ।

নলবাৰী চহৰৰ মাজ-মজিয়াত হ’ব হিয়াৰ আমঠু হাৰ্টথ্ৰোব জুবিন গাৰ্গৰ নামত বন উদ্যান। তাৰ মাজতেই থাকিব পূৰ্ণাংগ আৱক্ষ মূৰ্তি লগতে থাকিব জুবিন গাৰ্গে ৪০ টা ভাষাত গোৱা ৩৮ হেজাৰ গানৰ ডিজিটেল মাধ্যম সংযুক্ত জুবিন গাৰ্গ সংগ্ৰাহালয়।

নলবাৰীৰ বিধায়ক তথা কেবিনেট মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বৰ লগতে জুবিন গাৰ্গ অনুৰাগীৰ ভৱিষ্যত প্ৰজন্মৰ বাবে মহান পদক্ষেপ।

১৯ অক্টোবৰত জুবিন গাৰ্গৰ চিতাভস্ম ৰাখি ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰা হ’ব। পাগলাদিয়া নদীত বিসৰ্জন দিয়া হ’ব চিতাভস্ম।