মহাকুম্ভত দেখা পোৱা নাগা সন্ন্যাসীসকল ক’ত থাকে ? জানিলে আচৰিত হ’ব

কুম্ভমেলাত দেখা পোৱা নাগা সন্ন্যাসীসকল এই কুম্ভৰ পিছত ক’ত নোহোৱা হৈ যায় ? কুম্ভৰ দৰে বিশেষ অনুষ্ঠানত দেখা পোৱা নাগা সন্ন্যাসীসকল কুম্ভৰ শেষত ক’ত হেৰাই যায়? তেওঁলোকৰ বাসস্থান ক’ত?

মহাকুম্ভত দেখা পোৱা নাগা সন্ন্যাসীসকল ক’ত থাকে ? জানিলে আচৰিত হ’ব

নাগা সাধু

Updated On: 

14 Jan 2025 | 08:45 PM

কোৱা হয় যে, নাগা সন্ন্যাসীসকলে বিলাসীতাত একেবাৰে বিশ্বাস নকৰে । তেওঁলোকে আনন্দৰ বাবে কোনো অনুষ্ঠানত অংশগ্ৰহণ কৰে । জীৱনৰ প্ৰতি পদত কঠোৰ নিয়ম নানি চলে । ভাৰতৰ মহাকুম্ভ মেলা সমগ্ৰ বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান। যদিও চাৰি বছৰৰ মূৰে মূৰে কুম্ভমেলা অনুষ্ঠিত হয়, তথাপিও প্ৰয়াগৰাজত প্ৰতি বাৰ বছৰৰ মূৰে মূৰে মহা কুম্ভমেলা পালন কৰা হয়।

এই মহাকুম্ভৰ দৰে পবিত্ৰ ধৰ্মীয় অনুষ্ঠানৰ বাবে সাধু-সন্ন্যাসীসকলে আগ্ৰহেৰে বাট চাই থাকে। বিশেষকৈ এইবাৰ মহাকুম্ভ মেলাত নাগা সাধুসকলৰ ভিৰে সকলোৰে চকু কপালত তুলিছে । আপোনাৰ মনত প্ৰশ্ন উত্থাপন হৈছে যে, কুম্ভমেলাত দেখা পোৱা নাগা সন্ন্যাসীসকল এই কুম্ভৰ পিছত ক’ত নোহোৱা হৈ যায় ? কুম্ভৰ দৰে বিশেষ অনুষ্ঠানত দেখা পোৱা নাগা সন্ন্যাসীসকল কুম্ভৰ শেষত ক’ত হেৰাই যায়? তেওঁলোকৰ বাসস্থান ক’ত?

পবিত্ৰ নদী, মন্দিৰ, তীৰ্থস্থানৰ বাহিৰে ক’তো দেখা নাযায় নাগা সন্ন্যাসীসকলক। গতিকে তেওঁলোকে ক’ত থাকে? অৱশ্যে এই কথা স্পষ্টভাৱে কোৱাটো কঠিন । শুনা যায় যে কুম্ভৰ আগত বা পিছত তেওঁলোকে কেৱল ভিক্ষা কৰি বা হাবি-পাহাৰে জীৱন অতিবাহিত কৰে । প্ৰকৃতিৰ পৰা পোৱা খাদ্য খাই তেওঁলোকে ভোক দূৰ কৰে ।

ধ্যান আৰু যোগৰ বাবে নাগা সন্ন্যাসীসকলে বহুদিন ভোক আৰু পিয়াহত থাকিব পাৰে। তেওঁলোকে ৰাজহুৱা স্থানত ওলাই আহি ভাল নাপায়। কিন্তু তেওঁলোকে দিনৰ পৰিৱৰ্তে ৰাতি ভ্ৰমণ কৰাটো বেছি পছন্দ কৰে । তেওঁলোকে বেছিভাগ সময় ঈশ্বৰৰ উপাসনাত কটায় । তেওঁলোকৰ এটা ৰহস্যময় জ্ঞান বা ক্ষমতা আছে। তেওঁলোকে সংগীয়ে প্ৰেৰণ কৰা বাৰ্তা লাভ কৰিব পাৰে বুলি কোৱা হয় ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...