Chanakya Niti: সফল হ’ব বিচাৰে নেকি? মানি চলক এইকেইটা কথা…

জীৱনত সকলোৱে সফল হ'ব বিচাৰে। যাৰ বাবে প্ৰতিজন ব্যক্তিয়ে অহৰহ কষ্ট কৰি যায়। কিন্তু কেতিয়াবা কঠোৰ পৰিশ্ৰম কৰিলেও সফল হ'ব নোৱাৰি। এই ক্ষেত্ৰত কি কলে আচাৰ্য চাণক্যই? জানক...

Chanakya Niti: সফল হব বিচাৰে নেকি? মানি চলক এইকেইটা কথা...
Published: 

12 Aug 2025 | 06:40 AM

সফলতা লাভ কৰিবলৈ মানুহৰ ধৈৰ্য্য ৰখাটো অতি প্ৰয়োজনীয়। যদি আপুনি কঠোৰ পৰিশ্ৰম কৰিও সফলতা অৰ্জন কৰিব পৰা নাই, তেন্তে চাণক্য নীতিৰ কিছু নিয়ম অনুসৰণ কৰিব লাগিব। যিবোৰ নিয়মে অতি সোনকালে জীৱনত সফলতা লাভ কৰিবলৈ সহায় কৰিব। সেই নীতিসমূহৰ বিষয়ে জানো আহক…

  1. বিফলতাঃ বিফলতা হৈছে সফলতালৈ আগুৱাই নিয়া আহিলা। বিফলতাৰ পৰা শিকাৰ বাবে গুৰুত্ব আৰোপ কৰিছে চাণক্যই। আপোনাৰ ব্যৰ্থতাসমূহ বিশ্লেষণ কৰক, তাৰ পৰা শিকক আৰু সেইবোৰক শক্তিশালী কৰি জ্ঞানী হ’বলৈ ব্যৱহাৰ কৰক।
  2. এলাহঃ ই মানুহৰ আটাইতকৈ ডাঙৰ শত্ৰু। চাণক্যৰ মতে, যিসকল লোক সদায় এলেহুৱা বা যিসকলৰ উচ্চাকাংক্ষাৰ অভাৱ, তেওঁলোকৰ পৰা আঁতৰি থাকক। তেওঁলোকৰ প্ৰেৰণাহীনতাই আপোনাৰ নিজৰ অগ্ৰগতিত বাধাৰ সৃষ্টি কৰিব পাৰে বা আপোনাক তললৈ টানি নমাব পাৰে।
  3. নিজৰ গুৰুত্বঃ সকলোৰে উৰ্ধত নিজক ৰাখক। জীৱনত মানসিক চাপ পৰিচালনা কৰিবলৈ শাৰীৰিক, মানসিক আৰু আৱেগিকভাৱে নিজৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ। চাণক্যই সুস্বাস্থ্য বজাই ৰখাৰ গুৰুত্ব স্বীকাৰ কৰি ব্যায়াম, ধ্যান আৰু পৰ্যাপ্ত বিশ্ৰাম আদি কামৰ পোষকতা কৰে।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...