Lips Mole sign: ওঁঠত তিল থাকিলে কি হয়? ওঁঠত তিল থকাটো ভাল নে বেয়া?

প্ৰতিজন মানুহেই নিজৰ শৰীৰত থকা তিলটো স্পৰ্শ কৰি চায় আৰু মনতে ভাবি প্ৰশ্ন কৰে ইয়াত তিল থাকিলে ভাল নে বেয়া। এই তিলটোৱে মোৰ জীৱনৰ ভৱিষ্যতটোক লৈও কিবা ইংগিত দিয়ে নেকি?

Lips Mole sign: ওঁঠত তিল থাকিলে কি হয়? ওঁঠত তিল থকাটো ভাল নে বেয়া?

ওঁঠত তিল থাকিলে কি হয়?

Updated On: 

26 Apr 2025 | 05:32 PM

পৃথিৱীৰ সকলো লোকেই টকা-পইচা অৰ্জন কৰিব বিচাৰে। ইয়াৰ বাবে একাংশই বিশ্বাস কৰে ভাগ্যক। সামুদ্ৰিক শাস্ত্ৰ (samudrik shastra)ৰ মতে ব্যক্তিৰ শৰীৰত থকা তিলে তেওঁৰ ভাগ্যৰ বিষয়ে সূচায়। এজন ব্যক্তিৰ শৰীৰত থকা তিল সাধাৰণ যেন লাগিলেও সেই তিলটোৱে ব্যক্তিজনৰ সমগ্ৰ ব্যক্তিত্বৰ প্ৰতিফলন ঘটায়। তিলে আপোনাৰ সৌন্দৰ্য বৃদ্ধি কৰাই নহয়, ই আপোনাৰ সুখ আৰু সৌভাগ্যৰ ইংগিতো দিব পাৰে। এই তিলৰ সহায়ত যিকোনো ব্যক্তিৰ শক্তি আৰু দুৰ্বলতাৰ বিষয়েও বিতংভাৱে জানিব পাৰি। আজি শৰীৰত থকা তিলৰ পৰা পোৱা শুভ আৰু অশুভ লক্ষণসমূহৰ বিষয়ে বিতংভাৱে জানো আহক।

ওঁঠত তিল থাকিলে কি হয়

ওঁঠত তিল থকা যুৱতী আৰু অধিক দেখনীয়াৰ আৰু মোহনীয় হয়। বহু কম মানুহৰ ওঁঠত তিল থকা দেখা যায় আৰু যিসকলৰ ওঁঠত এই তিল আছে তেওঁলোক ভাগ্যবান। মহিলাৰ ওপৰৰ ওঁঠত তিল থাকিলে তেওঁৰ কোমল মন আৰু আনন্দময় জীৱনৰ লক্ষণ। যদি তিলটো তলৰ ওঁঠত থাকে, তেনেহ’লে তেওঁ ব্যয়বহুল বস্তু আৰু আৰামদায়ক জীৱনৰ প্ৰতি আকৰ্ষিত। পুৰুষৰ ওপৰৰ ওঁঠত তিল থাকিলে তেওঁ ধীৰ-স্থিৰ আৰু শান্ত স্বভাৱৰ। তলৰ ওঁঠত তিল থাকিলে তেওঁ আবেগিক আৰু সহজে লাভজনক কামত জড়িত হ’ব পাৰে।

একাংশৰ মতে, যিসকল লোকৰ ওপৰৰ ওঁঠৰ সোঁফালে তিলৰ থাকে, তেওঁলোক অতি ভাগ্যৱান হয়। জীৱনত তেওঁলোকে সকলো ধৰণৰ আৰাম আৰু লাহবিলাহ অতি সহজে পায়। এনে লোকক প্ৰেমৰ সম্পৰ্কত সফল হোৱা দেখা যায়। আনহাতে ওঁঠৰ বাওঁফালে তিল থাকিলে অশুভ বুলি গণ্য কৰা হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...