Today’s Rashifal: শুকুৰবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…

Today's Rashifal: হিন্দু ধৰ্মত ৰাশিফলৰ গুৰুত্ব অধিক। আজিৰ দিনটোত কিছুমান ৰাশিৰ লোকৰ ধন প্ৰাপ্তিৰ যোগ আছে। ইফালে কিছুমানৰ আছে চাকৰি লাভৰ যোগ।

Todays Rashifal: শুকুৰবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল...

ৰাশিফল

Published: 

28 Nov 2025 | 06:00 AM

আজি ২৮ নৱেম্বৰ, ২০২৫। আজিৰ দিনটো কেনে যাব আপোনাৰ। তলত আজিৰ ৰাশিফল আগবঢ়োৱা হ’ল-

মেঘ ৰাশিঃ আজি দিনটোত ধন প্ৰাপ্তিৰ যোগ আছে। হঠাতে লাভ হ’ব। সুখী হ’ব। কোনো সফলতা লাভ কৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিব। পৰিয়ালত ভাল। ব্যৱসায়ত ভাল। স্বাস্থ্য ভালে যাব।

বৃষ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ব্যস্ততাপূৰ্ণ হ’ব। সুখ-সুবিধা বৃদ্ধি পাব। আনে উপদেশ দিলে ভাবি চিন্তি সিদ্ধান্ত গ্ৰহণ কৰিব। পৰিয়াললৈ কোনো নতুন আলহীৰ আগমন হ’ব পাৰে। শাৰীৰিক সমস্যা হ’ব পাৰে। ভ্ৰমণৰ যোগ আছে।

মিথুন ৰাশিঃ আজিৰ দিনটোত আপুনি খৰচৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন। সংগীৰ সৈতে ভাল। নতুন কাম ভাবি চিন্তি কৰিব। বাহন ক্ৰয় কৰিব পাৰে। খৰচ বৃদ্ধি পাব পাৰে। চিন্তা বাঢ়িব। আনৰ ওপৰত বিশ্বাস নকৰিব।

কৰ্কট ৰাশিঃ আজি আপুনি নিজৰ কথা আৰু ব্যৱহাৰত গুৰুত্ব দিয়া দৰকাৰ। পৰিয়ালক কোনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হ’ব পাৰে। সামাজিক কামত মনোযোগ বাঢ়িব। আৰ্থিক স্থিতি আগতকৈ ভাল হ’ব। ধন ধাৰলৈ লোৱাৰ পৰা বিৰত থাকক।

সিংহ ৰাশিঃ আজি আপুনি নিজৰ কামত গুৰুত্ব দিয়া দৰকাৰ। কোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে ভাল ফল লাভ কৰিব। শুভ কামত অংশগ্ৰহণ কৰিব পাৰে। ধন লাভৰ যোগ আছে। সংগীৰ সৈতে ভাল সময় কটাব। দিনটো ভালে যাব।

কন্যা ৰাশিঃ আজিৰ দিনটো ব্যৱসায়িক দিশৰ পৰা ভাল। আয়ৰ নতুন বাট মুকলি হ’ব পাৰে। কোনো কামত সফলতা লাভ কৰিব। চকুৰ কোনো সমস্যা হ’ব পাৰে। আনৰ কথামতে সিদ্ধান্ত গ্ৰহণ কৰিব। স্বাস্থ্যত গুৰুত্ব দিব। ৰৈ থকা কাম সম্পূৰ্ণ হ’ব।

তুলা ৰাশিঃ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। এলাহ ত্যাগ কৰক। কোনো কথাই চিন্তা দিব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে দিনটো ভাল। নতুন কামে গতি লাভ কৰিব। সন্তানৰ ফালৰ পৰা ভাল ফল লাভ কৰিব। ভ্ৰমণৰ যোগ আছে। আনৰ পৰা সাৱধান থাকিব।

বৃশ্চিক ৰাশিঃ আজিৰ দিনটো আপুনি চিন্তিত থাকিব। কাৰোবাৰ সৈতে কাজিয়া হ’ব পাৰে। কিবা নতুন কাম কৰিব পাৰে। লেনদেনৰ ক্ষেত্ৰত সাৱধান হ’ব। বন্ধুৰ সৈতে ভাল সময় কটাব। চাকৰি লাভৰ যোগ আছে। দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব।

ধনু ৰাশিঃ আজিৰ দিনটো ভালে যাব। কৰ্মক্ষেত্ৰত নতুন ফল লাভ কৰিব। ব্যৱসায়ত ভাল। সংগীৰ সৈতে ভাল সময় কটাব পাৰে। বাহন চলাওতে সাৱধান হ’ব। আনৰ ওপৰত বিশ্বাস নকৰিব। স্বাস্থ্যত গুৰুত্ব দিব। পুৰণি বন্ধুক লগ পাব পাৰে।

মকৰ ৰাশিঃ আজিৰ দিনটো আপোনাৰ সমস্যাৰে ভৰা হ’ব পাৰে। কাম কাজত গুৰুত্ব দিব পাৰে। চৰকাৰী কামত সফলতা লাভ কৰিব। খৰচত গুৰুত্ব দিব। আনৰ কথাত মাত নামাতিব। সন্তানৰ ফালৰ পৰা ভাল খবৰ লাভ কৰিব। সম্পত্তিৰ ক্ষেত্ৰত সমস্যা আহিব পাৰে।

কুম্ভ ৰাশিঃ আজি ৰাজনীতিৰ লগত জড়িতসকলে কোনো ভাল খবৰ পাব পাৰে। ধন বৃদ্ধিৰ যোগ আছে। সুখী হ’ব। আনৰ ওপৰত বিশ্বাস নকৰিব। কৰ্মক্ষেত্ৰত কাম সময়মতে পূৰ কৰাৰ চেষ্টা কৰিব। কোনো কাম সম্পূৰ্ণ হ’ব। স্বাস্থ্য ভালে যাব।

মীন ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে সাধাৰণ হ’ব। নতুন কামৰ আৰম্ভণি কৰিব পাৰে। ব্যৱসায়ত ভাল। পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ কথা চলিব পাৰে। ধন প্ৰাপ্তিৰ যোগ আছে। আৰ্থিক সমস্যা দূৰ হ’ব। মনৰ ইচ্ছা পূৰণ হ’ব। শত্ৰুৰ পৰা সাৱধান থাকিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...