Today’s Rashifal: এই ৰাশিৰ লোকৰ আজি হ’ব আৰ্থিক উন্নতি! চাওক শুকুৰবাৰৰ ৰাশিফল…

Today's Rashifal: জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা। আজি ৰাশিফল অনুসৰি দিনটো কিছুমানৰ বাবে ভাল। কিছুমানৰ বাবে সমস্যা আহিব পাৰে। আপোনাৰ দিনটো কেনে যাব, তাৰ বাবে চাওক আজিৰ ৰাশিফল।

Todays Rashifal: এই ৰাশিৰ লোকৰ আজি হব আৰ্থিক উন্নতি! চাওক শুকুৰবাৰৰ ৰাশিফল...

ৰাশিফল

Published: 

09 Jan 2026 | 06:00 AM

আজি ৯ জানুৱাৰী, ২০২৬। জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব? তলত আজিৰ ৰাশিফল আগবঢ়োৱা হ’ল-

মেঘ ৰাশিঃ আজি আপোনাৰ বাবে দিনটো ভাল। দুপৰীয়াৰ পাছত কোনো শুভ খবৰ লাভ কৰিব পাৰে। পৰিয়ালৰ সৈতে ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা। হাতলৈ ধন আহিব পাৰে। ভাগ্যই লগ দিব। স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে।

বৃষ ৰাশিঃ আজি আপুনি ধনৰ ক্ষেত্ৰত কিছু গুৰুত্ব দিয়া দৰকাৰ। বেছি ধন খৰচ হোৱাৰ সম্ভাৱনা। কথা কওতে সাৱধান হোৱা দৰকাৰ, অন্যথা বিবাদৰ সম্ভাৱনা। ধৰ্মীয় তথা আধ্যাত্মিক কামত মন বাঢ়িব। সংগীৰ সৈতে ভাল সময় কটাব পাৰে।

মিথুন ৰাশিঃ আজি আপোনাৰ দিনটো ভাল হোৱাৰ সম্ভাৱনা। অৱশ্যে মন অশান্ত থাকিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিয়া দৰকাৰ। সংগীৰ সৈতে কোনো কথাত মতানৈক্য হোৱাৰ সম্ভাৱনা। আৰ্থিক দিশটো গুৰুত্ব দিবষ

কৰ্কট ৰাশিঃ আজি আপোনাৰ দিনটো ভাল বেয়াৰ মাজেৰে পাৰ হোৱাৰ সম্ভাৱনা। সম্পত্তি বা মাটি সম্পৰ্কীয় কোনো সমস্যা আহিব পাৰে। টকা বিনিয়োগ কৰোতে সাৱধান হোৱা দৰকাৰ। পৰিয়ালৰ সৈতে ভাল সময় কটাব। স্বাস্থ্য ভাল।

সিংহ ৰাশিঃ আপোনাৰ দিন আজি ভালে যাব। ভ্ৰমণৰ সম্ভাৱনা আছে। বিদেশৰ পৰা কোনো ভাল খবৰ লাভ কৰিব পাৰে। ধন প্ৰাপ্তিৰ যোগ আছে। নতুন কাম আৰম্ভ কৰাৰ বাবে সময়খিনি ভাল। স্বাস্থ্য ভাল। শিক্ষাৰ্থীসকলে অধ্যয়নত গুৰুত্ব দিয়া দৰকাৰ।

কন্যা ৰাশিঃ আজি আপোনাৰ দিনটোত কিছু প্ৰত্যাহ্বান আহিব পাৰে। মন অশান্ত হোৱাৰ সম্ভাৱনা। আজি কোনো নতুন কামৰ আৰম্ভণি নকৰা ভাল। পৰিয়ালৰ সৈতে কটা পাতি সমস্যা সমাধানৰ চেষ্টা কৰিব। আৰ্থিক দিশত সমস্যা আহিব পাৰে।

তুলা ৰাশিঃ আজি আপোনাৰ দিনটোৰ আৰম্ভণি ভালেৰে হোৱাৰ সম্ভাৱনা। শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে থাকিব। কথা কওতে সাৱধান হোৱা দৰকাৰ। সমস্যা আহিব পাৰে। সন্ধিয়া কোনো নতুন কামৰ আৰম্ভ নকৰা ভাল। প্ৰেমত শুভ।

বৃশ্চিক ৰাশিঃ আজি আপুনি শত্ৰুৰ পৰা সাৱধান থকা দৰকাৰ। স্বাস্থ্যত গুৰুত্ব দিয়ক। ঘৰত কোনো মাংগলিক অনুষ্ঠানৰ আয়োজন হোৱাৰ সম্ভাৱনা। ধৰ্মীয় কামত মনোযোগ বৃদ্ধি পাব পাৰে। শত্ৰুৰ পৰা সাৱধান থাকিব। সমস্যা দিব পাৰে।

ধনু ৰাশিঃ আজি আপুনি সফলতা লাভ কৰিব পাৰে। হাতলৈ ধন অহাৰ সম্ভাৱনা আছে। অফিচত কৰ্মচাৰীৰ পৰা সকলো সহায় লাভ কৰিব। আৰ্থিক দিশত লাভ হোৱাৰ সম্ভাৱনা। শত্ৰুৰ পৰা আঁতৰত থাকিব। প্ৰেমত শুভ। স্বাস্থ্যত গুৰুত্ব দিয়ক।

মকৰ ৰাশিঃ আজি দিনটো ভাল বেয়াৰ মাজেৰে যাব। কোনো অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। কোনো বিশেষ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা। মন ভালে থাকিব। ঘৰৰ বাবে কোনো নতুন বস্তু ক্ৰয় কৰিব পাৰে। ধন খৰচ হোৱাৰ সম্ভাৱনা। মান-সন্মান বৃদ্ধি পাব।

কুম্ভ ৰাশিঃ বিবাহিত লোকসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ। দিনটো ভালে যাব। পৰিয়ালৰ সৈতে ভাল সময় কটাব। ব্যৱসায়ত ভাল। চাকৰিত পদোন্নতিৰ যোগ আছে। হাতলৈ ধন আহিব। বন্ধুৰ সৈতে সময় কটাব পাৰে। স্বাস্থ্য ভাল।

মীন ৰাশিঃ আজি চাকৰি কৰাসকলৰ বাবে দিনটো ভাল। সতীৰ্থৰ সহযোগ লাভ কৰিব। কোনো বন্ধুক লগ পোৱাৰ সম্ভাৱনা। ভ্ৰমণৰ যোগ আছে। মন ভালে থাকিব। আয় বৃদ্ধিৰ যোগ আছে। ব্যৱসায়ত উন্নতি হোৱাৰ সম্ভাৱনা। স্বাস্থ্যত গুৰুত্ব দিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...