Daily horoscope: আজিৰ দিনটোৰ ৰাশিফল, চাকৰিৰ পৰা প্ৰেমলৈ, চাওক কেনে যাব আপোনাৰ দিন

daily horoscope: গ্ৰহ- নক্ষত্ৰৰ অৱস্থানৰ দ্বাৰা ৰাশিফল নিৰ্ণয় কৰা হয়। ২৪ অক্টোবৰ বৃহস্পতিবাৰ আৰু অহোই অষ্টমী। এই দিনটোত ভগৱান বিষ্ণুৰ পূজা কৰা হয়। আজিৰ দিনটোৰ ৰাশিফল তলত উল্লেখ কৰা হ'ল-

Daily horoscope: আজিৰ দিনটোৰ ৰাশিফল, চাকৰিৰ পৰা প্ৰেমলৈ, চাওক কেনে যাব আপোনাৰ দিন

আজিৰ দিনটোৰ ৰাশিফল

Updated On: 

24 Oct 2024 | 06:27 AM

গ্ৰহ- নক্ষত্ৰৰ অৱস্থানৰ দ্বাৰা ৰাশিফল নিৰ্ণয় কৰা হয়। ২৪ অক্টোবৰ বৃহস্পতিবাৰ আৰু অহোই অষ্টমী। এই দিনটোত ভগৱান বিষ্ণুৰ পূজা কৰা হয়। আজিৰ দিনটোৰ ৰাশিফল তলত উল্লেখ কৰা হ’ল-

মেঘ ৰাশিঃ খৰচ কৰাৰ সময়ত সাৱধান হোৱা দৰকাৰ। যদি কোনো এটা দিশত সন্দেহ থাকে তেন্তে সেই দিশত টকা বিনিয়োগ নকৰিব। কেৰিয়াৰত ভাল। সম্পত্তিক লৈ বিবাদ হোৱাৰ সম্ভাৱনা আছে। ব্যক্তিগত জীৱনৰ সমস্যা আলোচনাৰ দ্বাৰা সমাধান কৰক। প্ৰেমত শুভ।

বৃষঃ আজিৰ দিনটো ভাল- বেয়াৰ মাজত চলিব। আৰ্থিক দিশত সচেতন হোৱা দৰকাৰ।কৰ্মস্থলত সমস্যা হ’ব পাৰে। ঘৰত পুৰণি বন্ধু আহিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিয়ক।

মিথুনঃ কোনো কামত এলাহ নকৰিব। পাবলগীয়া টকা ঘূৰাই পাব। ধাৰ্মিক কাৰ্যত শুভ। স্বাস্থ্য ভালে যাব। কিছুমানে পিতৃৰ সম্পত্তি লাভ কৰিব পাৰে। দিনটো ভালদৰে পাৰ হ’ব।

কৰ্কটঃ আৰ্থিক স্থিতি ভাল কিন্তু খৰচৰ ওপৰত গুৰুত্ব দিব। পাৰবাৰিক দিশ ভাল। কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিব। সকলোকে বিশ্বাস নকৰিব। স্বাস্থ্যত গুৰুত্ব দিয়ক, দিনটো ভালদৰে পাৰ হ’ব। সহকৰ্মীৰ লগত ভালদৰে থাকিব।

সিংহঃ আজিৰ দিনটো সাধাৰণভাৱে পাৰ হ’ব। আৰ্থিক দিশটো ভাল বেয়াৰ মাজেৰে যাব। সংগীৰ লগত ভ্ৰমণৰ যোগ আছে। পাৰিবাৰিক সমস্যা আলোচনাৰে সমাধান কৰাৰ চেষ্টা কৰিব। ধাৰ্মিক দিশত শুভ। স্বাস্থ্যৰ যত্ন ৰাখক।

কন্যাঃ প্ৰফেশ্যনেল দিশত বহুত ভাল। ভ্ৰমণৰ যোগ আছে। ঘৰত সুখ- শান্তি থাকিব। শৈক্ষিক দিশত ভাল। সকলোকে বিশ্বাস নকৰিব। চিন্তা কৰিহে ধন খৰচ কৰিব। পিতৃৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব।

তুলাঃ খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। অফিচত কষ্ট বেছি হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত ভাল। দীৰ্ঘদিন ধৰি ৰৈ থকা কাৰ্যত সফলতা লাভ কৰিব। পাৰিবাৰিক দিশত কিছু সমস্যা আহিব পাৰে। সম্পৰ্ক ৰক্ষাত গুৰুত্ব দিব।

বৃশ্চিকঃ ব্যক্তিগত আৰু চাকৰিৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। বন্ধুৰ লগত ব্যৱসায়ত ভাল। সমাজত মান সন্মান বৃদ্ধি হ’ব। ঘৰৰ কাৰোবাৰ লগত কাজিয়া লাগিব পাৰে। প্ৰেমত সমস্যা আহিব পাৰে।

ধনুঃ ধন বিনিয়োগ কৰাৰ সময়ত চিন্তা কৰিব। কিছুমানে সম্পত্তি ক্ৰয় কৰিব পাৰে। স্বাস্থ্যজনিত সমস্যা আহিব পাৰে। চাকৰিৰ দিশত উন্নতিৰ যোগ আছে। ঘৰত ধাৰ্মিক কাম হোৱাৰ সম্ভাৱনা আছে।

মকৰঃ দিনটো ঠিকে ঠাকে পাৰ হ’ব। ভ্ৰমণৰ যোগ আছে। পাৰিবাৰিক সমস্যা দূৰ হ’ব। চাকৰিত বদলি হোৱাৰ সম্ভাৱনা আছে। উচ্চ শিক্ষাৰ যোগ আছে। বিভিন্ন কাৰ্যত থকা বাধা আঁতৰিব।

কুম্ভঃ আৰ্থিক স্থিতি ভাল। সংগীক লগ কৰাৰ বাবে আজিৰ দিনটো শুভ। আনন্দৰে পাৰ হ’ব দিন। ব্যৱসায়ত ভাল। পুৰণি বন্ধুক লগ পোৱাৰ সম্ভাৱনা আছে। সংগীৰ সৈতে সময় পাৰ কৰক।

মীনঃ আধ্যাত্মিক ৰুচি বাঢ়িব। ধাৰ্মিক স্থানত যাত্ৰা কৰাৰ সম্ভাৱনা আছে। প্ৰেমত শুভ। খং ত্যাগ কৰক। কাজিয়াৰ পৰা আঁতৰত থাকিব। কথা কোৱাৰ আগতে চিন্তা কৰিব। স্বাস্থ্যত গুৰুত্ব দিব।

 

(স্পষ্টীকৰণঃ ওপৰোক্ত তথ্যৰ সত্যাসত্য আমাৰ হাতত নাই। এই লেখাত দিয়া তথ্য সম্পূৰ্ণ সত্য আৰু সঠিক বুলি আমি দাবী নকৰো । জ্যোতিষ শাস্ত্ৰৰ মান্যতা আৰু বিশ্বাস অনুসৰি এই লেখাটো লিখা হৈছে। প্ৰয়োজন হ’লে সংশ্লিষ্ট ক্ষেত্ৰৰ বিশেষজ্ঞৰ পৰামৰ্শ লওক ।)

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...