Zubeen Garg: জুবিন গাৰ্গৰ হৈ অসমবাসীক কি ক’লে গৰিমা গাৰ্গে?

Sep 21, 2025 | 4:39 PM

আজি জুবিন থকা হ’লে এনেদৰে ইমান মৰম আৰু আৰ্শীবাদ দেখি, ইমান আদৰ দেখি আপোনালোককো কৃতজ্ঞতা জনালেহেঁতেন। কিন্তু তেওঁ শব্দৰে এতিয়া একো প্ৰকাশ কৰিব নোৱাৰে। গতিকে তেওঁ হৈ মই আপোনালোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ...।” আৰু কি ক'লে গৰিমা শইকীয়া গাৰ্গে?

“আপোনালোক সকলোলৈকে মোৰ অন্তৰৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি জুবিন থকা হ’লে এনেদৰে ইমান মৰম আৰু আৰ্শীবাদ দেখি, ইমান আদৰ দেখি আপোনালোককো কৃতজ্ঞতা জনালেহেঁতেন। কিন্তু তেওঁ শব্দৰে এতিয়া একো প্ৰকাশ কৰিব নোৱাৰে। গতিকে তেওঁ হৈ মই আপোনালোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ…।”