জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া হ’ব দীঘলীয়া, ৩০০ ৰো অধিক সাক্ষীৰ সাক্ষ্য ল’ব আদালতে
তেওঁলোকৰ মন্তব্যৰ ওপৰতো বহু কথা নিৰ্ভৰ কৰে। CJM আদালতৰ পৰা session আদালতলৈ হস্তান্তৰ কৰা হ'ব জুবিনৰ গোচৰ। এতিয়াৰে পৰা বিচাৰ প্ৰক্ৰিয়া চলিব session আদালতত।
২২ ডিচেম্বৰত হ’ব জুবিন গাৰ্গৰ হত্যাৰ পৰৱৰ্তী শুনানি। জুবিনৰ ন্যায় প্ৰক্ৰিয়া হ’ব দীঘলীয়া। ৩০০ ৰো অধিক সাক্ষীৰ ভাষ্য গ্ৰহণ কৰিব আদালতে। সাক্ষীসকলে বুজিব লাগিব যে তেওঁলোকে যি মত প্ৰদান কৰিছে সেই মত পিছতো একে হ’ব লাগিব। তেওঁলোকৰ মন্তব্যৰ ওপৰতো বহু কথা নিৰ্ভৰ কৰে। CJM আদালতৰ পৰা session আদালতলৈ হস্তান্তৰ কৰা হ’ব জুবিনৰ গোচৰ। এতিয়াৰে পৰা বিচাৰ প্ৰক্ৰিয়া চলিব session আদালতত।
সবিশেষৰ বাবে চাওক এই ভিডিঅ’…
